• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন, বিভিন্ন বিষয়ক লৈ উত্তপ্ত সমগ্ৰ পৰিস্থিতি

Nation NE by Nation NE
February 19, 2025
in Top News, অসম
0 0
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন, বিভিন্ন বিষয়ক লৈ উত্তপ্ত সমগ্ৰ পৰিস্থিতি
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত অসম বিধানসভা বাজেট অধিবেশন ২০২৫ ৰ দ্বিতীয়টো দিন৷ বাজেট অধিবেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯:৩০ বজাত আৰম্ভ হয় এই অধিবেশন।

উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী৷ ইয়াৰ পাচত এদিনীয়া বিৰতিৰ অন্তত আজিৰ পৰাৰ পুনৰ অসম বিধানসভাত বাকী অধিৱেশন অনুষ্ঠিত হয়।

এই সদনত উপস্থিত বিৰোধীকে ধৰি অসম চৰকাৰৰ বহু মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। শাসকীয় বিজেপিয়ে APSC ৰ  কেলেংকাৰীৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি আলোচনাৰ দাবী তোলে সদনত।

১০ মিনিটৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা অখিল গগৈক নিলম্বন কৰা হয়। গুৱাহাটীত জল-জীৱন আঁচনিৰ ৰূপায়নক লৈ প্ৰশ্ন উত্থাপন কৰিছিল অখিলে। ইয়াৰ উপৰি বিভাগীয় মন্ত্ৰীৰ সৈতে বাক-বিতণ্ডাৰ ফলত নিলম্বন কৰা হয় অখিল গগৈক।ইয়াৰ লগতে ঋণ লোৱাক লৈও মন্ত্ৰী পীষুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ হয়।

শাসক-বিৰোধীৰ হুলস্থূলৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই। পুনৰ সদন আৰম্ভ হোৱাত পুনৰ সভা স্থগিত প্ৰস্তাৱৰ দাবী তোলে শাসক-বিৰোধীয়ে। এই হুলস্থূলীয়া পৰিৱেশৰ বাবে তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰ ১০ মিনিট, দ্বিতীয়বাৰ ১০ মিনিট আৰু তৃতীয়বাৰ ২০ মিনিটৰ বাবে স্থগিত হয় সদন।

সদনত উমৰাংচ’ কাণ্ডক লৈ চৰকাৰৰ ভূমিকাক উত্থাপন কৰা হয়। ইফালে চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম।

Tags: #AssamBJPLEGISLATIVE ASSEMBLY

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025