• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…

Nation NE by Nation NE
February 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
Share on FacebookShare on TwitterWhatsApp

মেষ: আয় আৰু ব্যয়ৰ হিচাপ একে থাকিব ৷ ধাৰলৈ টকা লোৱা আৰু আনক ধাৰলৈ দিয়াৰ পৰা কিছুদিন আঁতৰি থাকক ৷ আপোনজনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক৷ শুভ সংখ্যা ৮।

বৃষ: আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব৷ আপুনি প্ৰায় সফল হʼব৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে৷ শুভ সংখ্যা ৩।

মিথুন: আজি আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে। নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত৷ শুভ সংখ্যা ৬।

ককৰ্ট: বিশেষ কিছু বেয়া হোৱাৰ আশংকা আছে৷ আপুনি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব৷ সেয়ে আপোনাৰ ভাল লগা কামত মন দিয়ক, যিয়ে আপোনাক চিন্তামুক্ত কৰিব পাৰে৷ খঙৰ পৰা মুক্ত থাকক৷ খৰচৰ মাত্ৰা বাঢ়িব৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব৷ শুভ সংখ্যা ১।

সিংহ: শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন। সন্তানক লৈ হোৱা দুঃশ্চিন্তাই আপোনাক অসুবিধা দি থাকিব পাৰে। শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব। সাৱধানে থাকক। আজি গোটেই দিনটো আপুনি পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব। বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব। শুভ সংখ্যা ৯।

কন্যা: আপোনাৰ কৰ্মজীৱনত অশান্তি আহিব পাৰে। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল৷ আজি আপুনি ৰোমাঞ্চকৰ হৈ পৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব। শুভ সংখ্যা ৪।

তুলা:গ্ৰহৰ দশা আজি অলপ ভাল৷ লক্ষ্মীদেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব, কামৰ ফল ভোগ কৰক৷ সামাজিক কামত কৃতকাৰ্য হ’ব৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব৷ শুভ সংখ্যা ৮।

বৃশ্চিক: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক। আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে। স্ত্ৰীভাগ্য আপোনাৰ অনুকূলে থাকিব। আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমীয়াল দিশটোৰ উমান পাব। আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ। শুভ সংখ্যা ৭।

ধনু: আজি আপুনি নতুন দায়িত্ব পাব৷ সেইবাবে কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভান্বিত হʼব, ভাগৰি পৰিব৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে৷ শুভ সংখ্যা ৯।

মকৰ: আজি আপোনাৰ ৰোমাঞ্চকৰ ভ্ৰমণ কৰিবলৈ মন যাব পাৰে। শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হʼব। বহুতো ব্যক্তিৰ লগত সংযোগ হʼব৷ আপোনাৰ প্ৰেম সম্পর্কত মনোযোগ দিয়ক৷ শুভ সংখ্যা ১।

কুম্ভ: আপোনাৰ নিজা গ্ৰহৰ প্ৰভাব আপোনাৰ ওপৰত ভালকৈ পৰা যেন লাগে৷ আপুনি আপোনাৰ বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মণি হৈ পৰিব৷ প্ৰিয়জনৰ শুভেচ্ছা লাভ কৰিব৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ’ব৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব৷ শুভ সংখ্যা ৫।

মীন: আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক। কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্ৰমণৰ বাবে উচিত সময় নহয়৷ নতুন কাম আৰম্ভ নকৰাই ভাল, কাৰণ তাৰ বাবে আপুনি মনৰ পৰা সাজু হোৱা নাই৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি যাওক। ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থা উন্নত হ’ব৷ শুভ সংখ্যা ২।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ
Top News

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

December 10, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025