• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰুক্ষ ছালৰ পৰা হাত সাৰিবলৈ ৪০ৰোৰ্ধৰ মহিলাই কৰক এইকেইটা ব্যায়াম…

Nation NE by Nation NE
February 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰুক্ষ ছালৰ পৰা হাত সাৰিবলৈ ৪০ৰোৰ্ধৰ মহিলাই কৰক এইকেইটা ব্যায়াম…
Share on FacebookShare on TwitterWhatsApp

বয়স বৃদ্ধিৰ লগে লগে আমাৰ ছাল শোঁতোৰা পৰিবলৈ আৰম্ভ কৰে। ৪০ বছৰ বয়সৰ পিছত মহিলাৰ ছালত বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। ক’লাজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ছালখন ঢিলা হৈ পৰে। মুখত  বলিৰেখা আৰু মিহি ৰেখাই দেখা দিবলৈ আৰম্ভ কৰে। যাৰ ফলত মুখৰ উজ্বলতা ক্ৰমান্বয়ে কমি আহে।

এনে পৰিস্থিতিত দামী সৌন্দৰ্য্য সামগ্ৰী আৰু চিকিৎসা গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি আপুনি দৈনন্দিন জীৱনত মুখৰ ব্যায়াম অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ ছালখন টান আৰু উজ্বল হৈ থাকিব পাৰে।

মুখৰ যোগাসন আৰু ব্যায়ামে মুখৰ পেশী শক্তিশালী কৰে, যাৰ ফলত বলিৰেখা কমি যায়। ৰক্ত সঞ্চালন উন্নত হয় আৰু ছালখনক স্বাভাৱিক উজ্বল কৰে। বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত মহিলাসকলে মুখৰ ছাল টান কৰি ৰাখিবলৈ আৰু বয়স বৃদ্ধিৰ প্ৰভাৱ কম কৰিবলৈ কিছুমান বিশেষ মুখৰ ব্যায়াম কৰিব লাগে।

৪০ ৰোৰ্ধৰ মহিলাৰ বাবে ব্যায়াম-

ফেচ লিফটিং ব্যায়াম

যদি আমাৰ ছালখন ঢিলা হৈ পৰিবলৈ আৰম্ভ কৰে, তেন্তে ফেচ লিফটিং ব্যায়াম কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে মুখখন O আকৃতিত আৰু তাৰ পিছত A আকৃতিত বনাব লাগে। এইদৰে ১০-১৫ বাৰ পুনৰাবৃত্তি কৰক। ইয়াৰ ফলত গালৰ পেশীবোৰ টান হৈ পৰে।

ডিঙিৰ ব্যায়াম

যদি কাৰোবাৰ ডিঙিৰ ছালখন ঢিলা হৈ গৈছে তেন্তে তেওঁ ডিঙিৰ ষ্ট্ৰেচিং কৰিব লাগে। ইয়াৰ বাবে মূৰটো পিছলৈ হেলনীয়া কৰি ঘটিকা ওপৰলৈ তুলি লওক। ১০ ছেকেণ্ড ধৰি ৰাখি তাৰ পিছত জিৰণি ল’ব লাগে। ইয়াৰ ফলত ডিঙিৰ ছালখন টান হৈ পৰে।

ভ্ৰু উত্তোলন ব্যায়াম

বয়স বৃদ্ধিৰ লগে লগে কেৱল গালত নহয়, কপালতো বলিৰেখা আৰু মিহি ৰেখা দেখা দিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ভ্ৰূ উত্তোলন কৰিব লাগে। দুয়োহাতেৰে ভ্ৰূ অলপ ওপৰলৈ তুলি ১০ ছেকেণ্ড ধৰি ৰাখিব। ইয়াৰ ফলত কপালত বলিৰেখা কমি যায়।

মুখৰ ব্যায়ামৰ উপকাৰিতা–

  • বলিৰেখা আৰু মিহি ৰেখা কমি যায়।
  • মুখৰ ছালখন টান হৈ পৰে আৰু এটা উত্তোলন ৰূপ লাভ কৰা হয়।
  • তেজৰ সঞ্চালন উন্নত হয়, যাৰ ফলত প্ৰাকৃতিক উজ্বলতা বৃদ্ধি পায়।
  • মুখৰ চৰ্বি কমি যায়।
  • ছালৰ স্থিতিস্থাপকতা বৃদ্ধি পায়, যাৰ বাবে বয়সৰ প্ৰভাৱ কম দেখা যায়।

যদি আমি প্ৰতিদিনে মাত্ৰ ১০ মিনিটৰ বাবে এই মুখৰ ব্যায়াম কৰো, তেন্তে আমাৰ ছালখন দীৰ্ঘদিনলৈ সুস্থ আৰু উজ্বল হৈ থাকে।

Tags: EXCERCISEHealth Newsskin

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025