• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নতুন ৰণনীতি: অসম আৰু কেৰালাত ৰাহুল-খৰ্গেৰ বৈঠক

      Nation NE by Nation NE
      February 27, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নতুন ৰণনীতি: অসম আৰু কেৰালাত ৰাহুল-খৰ্গেৰ বৈঠক
      Share on FacebookShare on TwitterWhatsApp

      ২০২৬ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছে। এই সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডে নিৰ্বাচনী ৰাজ্যসমূহৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকৰ আহ্বান কৰিছে।

      কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত অসমৰ দলৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

      অসমত বিজেপি আৰু কেৰালাত বাওঁ মঞ্চৰ হাতত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে কংগ্ৰেছ। এনে পৰিস্থিতিত দুয়োখন ৰাজ্যতে পুনৰ প্ৰত্যাৱৰ্তন কৰাটো কংগ্ৰেছৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

      ২০২১ চনত কেৰালাত প্ৰতি ৫ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি কৰাৰ পৰম্পৰা ভংগ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে পিনাৰায়ী বিজয়নে জয়লাভ কৰিছিল।

      শশী থাৰুৰৰ বিদ্ৰোহী মনোভাৱৰ বাবেই কেৰালাত দলীয়তাবাদৰ সমস্যাৰ সন্মুখীন হোৱাত বিগত কিছুদিনত কংগ্ৰেছৰ অশান্তি বৃদ্ধি হৈছে। এক সূত্ৰ অনুসৰি, থাৰুৰে পক্ষ সলনি কৰিবলৈ যোৱা নাই যদিও নিৰ্বাচনী বৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি দলত তেওঁৰ গুৰুত্ব বৃদ্ধি হোৱাটো বিচাৰে। এই সন্দৰ্ভত বিগত কিছুদিনত তেওঁ ৰাহুল গান্ধীৰ সৈতেও মিলিত হয়। অনুমান কৰা হৈছে যে, থাৰুৰে কেৰালাত মুখ্যমন্ত্ৰীৰ চকীখনৰ ওপৰত চকু নিৱদ্ধ কৰি ৰাখিছে, যাৰ বাবে ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বী আছে।

      আনহাতে, অসমত বিজেপিৰ ফায়াৰব্ৰেণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ। কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যদিও দলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল সাংসদ গৌৰৱ গগৈক আগুৱাই লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে নেকি?

      বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুছলমান নেতা বদৰুদ্দিন আজমলৰ দল AIUDFৰ সৈতে মিত্ৰতা কৰিছিল যদিও এইবাৰ কংগ্ৰেছে আঞ্চলিক দলৰ সৈতে ফ্ৰণ্ট গঠন কৰিছে।

      অসম, কেৰালা আৰু বিহাৰৰ পাছতো তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজ দি আছে, আনহাতে তামিলনাডুত কংগ্ৰেছ ডি এম কেৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এই নিৰ্বাচনৰ বাবে কংগ্ৰেছে কি কৌশল ৰচনা কৰে, তাকে লৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।

      Tags: #AssamElectionKARALA

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025

      শীৰ্ষ সংবাদ

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist