• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঝাৰখণ্ডত উদ্ধাৰ ১৪ কোটি বছৰ পুৰণি ‘সম্পদ’, বিজ্ঞানীসকলে কি কয়…

Nation NE by Nation NE
March 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ঝাৰখণ্ডত উদ্ধাৰ ১৪ কোটি বছৰ পুৰণি ‘সম্পদ’, বিজ্ঞানীসকলে কি কয়…
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডৰ ভূতত্ত্ববিদসকলে বিচাৰি পাইছে এক অনন্য ‘ধন’। যি ১৪.৫ কোটি বছৰ পুৰণি বুলি কোৱা হয়। ভূতত্ত্ববিদ ড০ ৰঞ্জিত কুমাৰ সিং আৰু বনৰক্ষী ৰামচন্দ্ৰ পাছৱানে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।

তেওঁলোকে কয় যে, মঙলবাৰে পাকুৰ জিলাৰ বৰমাছিয়া গাঁৱৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ পোহৰলৈ আহিছে। ইয়াত এটা শিল হৈ পৰা জীৱাশ্ম আৱিষ্কাৰ কৰা হৈছে।

দলটোৱে এক বিশাল গছৰ জীৱাশ্মযুক্ত অৱশিষ্ট চিনাক্ত কৰে, যি হয়তো ১০ৰ পৰা ১৪৫ নিযুত বছৰ পুৰনি হ’ব পাৰে। এই আৱিষ্কাৰ কেৱল বৈজ্ঞানিক সমাজৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, স্থানীয় সমাজৰ বাবেও গৌৰৱৰ বিষয়, কিয়নো ই অঞ্চলটোৰ প্ৰাচীন প্ৰাকৃতিক ঐতিহ্যক উজ্জ্বল কৰি তুলিছে।

ড° সিঙে কয় যে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন যাতে জীৱাশ্মটোৰ সঠিক বয়স আৰু ইয়াৰ পৰিৱেশগত প্ৰসংগ বুজিব পৰা যায়। লগতে এই অঞ্চলটো সংৰক্ষণ কৰিব লাগে যাতে ভৱিষ্যত প্ৰজন্মেও এই গুৰুত্বপূৰ্ণ ঐতিহ্যৰ অধ্যয়ন আৰু শলাগ ল’ব পাৰে বুলিও পৰামৰ্শ আগবঢ়ায়।

ফৰেষ্ট ৰেঞ্জাৰ ৰামচন্দ্ৰ পাছৱানে স্থানীয় জনসাধাৰণক এই অঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু এই গুৰুত্বপূৰ্ণ স্থানৰ ক্ষতিসাধন কৰিব পৰা যিকোনো অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। তেওঁ লগতে কয় যে এই আৱিষ্কাৰে অঞ্চলটোৰ পৰ্যটনক উন্নীত কৰিব পাৰে, যাৰ ফলত স্থানীয় অৰ্থনীতি লাভৱান হ’ব। এই আৱিষ্কাৰৰ পিছত ভূতত্ত্ববিদ আৰু প্ৰকৃতি পৰিৱেশ গৱেষক আৰু অন্যান্যসকলে এই অঞ্চলৰ এক বিশদ জৰীপ অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে, যাতে অধিক গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পৰা যায় আৰু অঞ্চলটোৰ ভূতাত্ত্বিক কাৰ্যকলাপ, পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য আৰু ভূতাত্ত্বিক ইতিহাস সংৰক্ষণ কৰিব পৰা যায়।

ড° ৰঞ্জিত কুমাৰ সিঙৰ মতে পাকুৰ জিলা শিল হৈ পৰা জীৱাশ্মৰে চহকী। বিজ্ঞান আৰু বৈজ্ঞানিক বুজাবুজিৰ প্ৰতি আগ্ৰহী সাধাৰণ জনতাৰ বাবে এই অঞ্চলটো সংৰক্ষণ আৰু সুৰক্ষাৰ অতি প্ৰয়োজন বুলি কোৱা হৈছে।

এই সন্দৰ্ভত ঝাৰখণ্ড বন বিভাগৰ বিভাগীয় বন বিষয়া মনীষ তিৱাৰীৰ সৈতে ভূমি ঐতিহ্য উন্নয়ন পৰিকল্পনা প্ৰস্তাৱ কৰা হৈছে। স্থানীয় গাঁওবাসী, প্ৰশাসক, বন বিভাগ, ঝাৰখণ্ড ৰাজ্যৰ পৰিৱেশ পৰ্যটনৰ সৈতে আলোচনা কৰা হৈছিল আৰু এই অঞ্চলত কেনেকৈ সুকীয়া জিঅ’পাৰ্ক গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত আলোচনা চলি আছে বুলি কোৱা হৈছে।

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026

শীৰ্ষ সংবাদ

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025