• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ উদাহৰণ দি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো দেশলৈ দিলে এই বাৰ্তা

Nation NE by Nation NE
March 9, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ উদাহৰণ দি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো দেশলৈ দিলে এই বাৰ্তা
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বিগত বৰ্ষত শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছতেই বাংলাদেশৰ চৰকাৰী বাঘজৰী বৰ্তমান মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ হাতত। অৱশ্যে বাংলাদেশত বৰ্তমানেও মাজে মাজে হিংসা সংঘটিত হয়।

এই সকলোবোৰৰ মাজতে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত যথেষ্ট অৱনতি হোৱা দেখা গৈছে। ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈ এটা ডাঙৰ কথা ক’লে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কৈছে যে, ভাৰতে সদায় চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

দৰাচলতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ভাৰতে চুবুৰীয়া সকলো দেশৰ সৈতে সু-সম্পৰ্ক বিচাৰে। তেওঁ লগতে কয় যে ভাৰতে নিজৰ ফালৰ পৰা চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে।

বাংলাদেশৰ সৈতে জড়িত প্রশ্নৰ সন্দর্ভত তেওঁ কয় যে বাংলাদেশ ভাৰতৰ চুবুৰীয়া দেশ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি তেওঁ কয় যে, তেওঁ সদায় কৈছিল যে সকলো সলনি কৰিব পাৰি, কিন্তু চুবুৰীয়াক নহয়। সেইবাবেই ভাৰতে বাংলাদেশকে ধৰি চুবুৰীয়া সকলো দেশৰ সৈতে সদায় সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে।

উল্লেখযোগ্য যে বাংলাদেশ চৰকাৰৰ নেতৃত্বত আছে মুখ্য উপদেষ্টা মহম্মদ ইউনুছ। শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছৰে পৰা ভাৰতৰ সৈতে বাংলাদেশৰ হিংসাত্মক কাণ্ড বৃদ্ধি হৈছে। ইয়াৰ বাবে উদ্বিগ্ন হৈ ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে সীমান্তত বেৰ দিয়া আৰম্ভ কৰিছে। ভাৰতৰ এই কাৰ্যত যথেষ্ট বিচলিত হোৱা যেন লাগে। অৱশ্যে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে বৈঠকো অনুষ্ঠিত কৰা হৈছে।

Tags: BangladeshINDIA SHEIKH HASINA

Related Posts

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…
Top News

February 13, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025