• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পিৰিয়ডৰ সময়ত আপুনিও বাৰু চেনিৰ বাবে হাহাকাৰ কৰে নেকি? জানক ইয়াৰ কাৰণ

Nation NE by Nation NE
March 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পিৰিয়ডৰ সময়ত আপুনিও বাৰু চেনিৰ বাবে হাহাকাৰ কৰে নেকি? জানক ইয়াৰ কাৰণ
Share on FacebookShare on TwitterWhatsApp

মহিলাসকলৰ কেতিয়া খং উঠে আৰু কেতিয়া সুখী হয় সেয়া অনুমান কৰাটো টান। কিয়নো যিকোনো সময়তে তেওঁলোকৰ মেজাজ সলনি হৈ যায়। কেতিয়াবা হাঁহি হাঁহি কান্দিবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ খিংখিঙীয়া হৈ পৰে।

স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে মহিলাৰ ঋতুচক্ৰ ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন, লুটিনাইজিং হৰম’ন আৰু ফোলিকল ষ্টিমুলেটিং হৰম’নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

ঋতুস্ৰাৱৰ সময়ত মেজাজৰ দোলাচলক প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম (PMS) বোলা হয়। এই সময়ত মহিলাসকলৰ মেজাজৰ পৰিৱৰ্তন অহৰহ হৰম’নৰ উঠা-নমাৰ বাবে হয়। এই সময়ছোৱাত তেওঁলোকে টেনচন, উদ্বেগ, হতাশা, খং, অনিদ্ৰা, মূৰৰ বিষ, ভাগৰ, গাঁঠিৰ বিষ, স্তন টান, ওজন বৃদ্ধি, কোষ্ঠকাঠিন্য আৰু খাদ্যৰ লোভ আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। বহু মহিলাৰ মিঠাইৰ প্ৰতি আকৰ্ষণ যথেষ্ট বাঢ়ি যায়।

এইসকলোবোৰৰ কাৰণ আৰু ইয়াক নিয়ন্ত্ৰণৰ উপায় জনো আহক-

পিৰিয়ডৰ সময়ত মিঠাইৰ বাবে হাহাকাৰ

বহু মহিলাই মাহেকীয়াৰ সময়ত বহুত মিঠা খাদ্য খায় (Sugar Cravings During Periods)। স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে, এই সময়ছোৱাত মিঠাই, চেনিযুক্ত খাদ্য আৰু জাংক ফুড যিমান পাৰি কমকৈ গ্ৰহণ কৰিব লাগে, কাৰণ ইয়াৰ ফলত তেওঁলোকৰ মাহেকীয়াৰ লক্ষণসমূহ যথেষ্ট ভয়াৱহ হ’ব পাৰে, কিন্তু কিছুমান মহিলাৰ মিঠাইৰ প্ৰতি ইমানেই হেঁপাহ থাকে যে তেওঁলোকে মিঠাই খোৱাৰ পৰা নিজকে ৰখাব নোৱাৰে।

পিৰিয়ডৰ সময়ত চেনিৰ প্ৰতি লোভৰ কাৰণ-

  • হৰম’নৰ ভাৰসাম্যহীনতা
  • প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম বা পিৰিয়ডৰ কাৰণ
  • চেৰ’টনিন হৰম’ন হ্ৰাস পালে মিঠাইৰ প্ৰতি ইচ্ছা বাঢ়িব পাৰে।
  • কেতিয়াবা শৰীৰৰ কিছু অভাৱৰ বাবে চেনিৰ প্ৰতি লোভ বাঢ়িব পাৰে।

পিৰিয়ডৰ সময়ত চেনিৰ প্ৰতি লোভ নিয়ন্ত্ৰণ কৰাৰ উপায়-

  • কেৱল আঁহ আৰু প্ৰটিনযুক্ত খাদ্যহে খাব লাগে। এনে কৰিলে পেট ভৰি থাকে।
  • ঘৰত মিঠাই, মিঠা খাদ্য, চকলেট ৰাখিব নালাগে। ইয়াৰ দ্বাৰা চেনিৰ লোভ কমোৱাত সহায়ক হ’ব পাৰে।
  • লগতে জাংক, প্ৰচেছড ফুড, ফ্ৰাইড আৰু নিমখীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।
  • গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী যেনে দৈ, মাখন সেৱন কৰিব নালাগে।
Tags: HealthHealthy lifeMedical life

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025