• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেলচিয়ামৰ অভাৱতো চুলি সৰে নেকি? জানক বিশেষজ্ঞজনে কি কয়…

Nation NE by Nation NE
March 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেলচিয়ামৰ অভাৱতো চুলি সৰে নেকি? জানক বিশেষজ্ঞজনে কি কয়…
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে চুলি সৰা সমস্যাত ভোগে। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবে কম বয়সীয়া লোকৰ ক্ষেত্ৰতো এই সমস্যা হ’বলৈ আৰম্ভ কৰিছে।

আচলতে চুলিৰ নিজস্ব চক্ৰ থাকে। প্ৰতিদিনে ২ ৰ পৰা ৪ ডালকৈ চুলি সৰাটো সাধাৰণ কথা। কিন্তু যদি ১০০ ডালতকৈও অধিক চুলি সৰে, তেন্তে সঁচাকৈয়ে ই চিন্তাৰ কাৰণ।

ছালৰ বিশেষজ্ঞ ডাঃ বিজয় সিংহাৰে কয় যে, সৰহসংখ্যক লোকেই বিশ্বাস কৰে যে বায়’টিন বা ভিটামিন বি ১২ ৰ অভাৱতহে চুলি সৰা হয়। কিন্তু হাড় আৰু দাঁতৰ বাবে অপৰিহাৰ্য কেলচিয়ামৰ অভাৱত চুলি সৰাও হ’ব পাৰে। এনে পৰিস্থিতিত শৰীৰত কেলচিয়ামৰ মাত্ৰা বৰ্তাই ৰখা উচিত।

  • চুলি আৰু কেলচিয়ামৰ মাজৰ সংযোগ

বিশেষজ্ঞসকলে কয় যে, কেলচিয়ামে আমাৰ চুলিৰ কোষক পুষ্টি প্ৰদান কৰে। শৰীৰত ইয়াৰ অভাৱৰ বাবে চুলিৰ গুৰি দুৰ্বল হৈ পৰে। বিশেষজ্ঞসকলে কয় যে, কেলচিয়ামে শৰীৰত ক’লাজেন উৎপন্ন কৰে। ক’লাজেনৰ অভাৱত মূৰৰ ছালৰ শুকান হৈ পৰে।

  • চুলিৰ গুৰিৰ বাবে অপৰিহাৰ্য

চুলিৰ বৃদ্ধিত প্ৰভাৱ পেলোৱা অন্যতম পুষ্টিকৰ উপাদান কেলচিয়াম। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে চুলিৰ গুৰিবোৰ প্ৰভাৱিত হয়। ইয়াৰ বাবে চুলিৰ বৃদ্ধি লেহেমীয়া হয় আৰু চুলি সৰিবলৈ আৰম্ভ কৰে।

  • কেলচিয়াম সমৃদ্ধ খাদ্যগ্ৰহণ

বিশেষজ্ঞসকলে কয় যে, প্ৰাপ্তবয়স্ক লোকক দৈনিক ৭০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। কিন্তু যদি শৰীৰত ইয়াৰ অভাৱ হয়, তেন্তে স্বাস্থ্য বিশেষজ্ঞই ইয়াৰ পৰিপূৰক দিব পাৰে।

কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ কি খাব লাগে জানো আহক-

  • দুগ্ধজাত সামগ্ৰী- শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ, পনীৰ আৰু মাখন খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।
  • সেউজীয়া শাক- সেউজীয়া পাতযুক্ত শাক-পাচলিত কেলচিয়াম সৰ্বাধিক পৰিমাণে পোৱা যায়। খাদ্য তালিকাত কচু, মেথি আৰু বাথুৱা আদি সেউজীয়া শাক-পাচলি নিশ্চয়কৈ খাব লাগে। ইয়াৰ ফলত কেলচিয়ামৰো অভাৱ নহয়।
Tags: CALCIUMHealthMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025