• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, November 1, 2025
21 °c
Guwahati
21 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

    শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন

Nation NE by Nation NE
March 13, 2025
in Top News, অসম
0 0
আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন
Share on FacebookShare on TwitterWhatsApp

কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন। অধিবেশনক কেন্দ্ৰ কৰি বডোফা পথাৰ তথা অধিবেশনথলী চালে চকুৰোৱা ৰূপত সজাই তোলা হৈছে।

ইয়াৰ উপৰি অধিবেশনথলীৰ চৌপাশে এবছুৰ হাজাৰ-হাজাৰ হালধীয়া পতাকাৰে অঞ্চলটো সজাই পৰাই তুলিছে আৰু যাৰ বাবে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে।

আজি অধিবেশনৰ মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধনেৰে অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে। প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ উদ্বোধন কৰে বিধায়ক তথা উদযাপন সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰা অধিবেশনৰ মঞ্চ আৰু মুখ্য ৰভা উদ্বোধন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই৷ ইয়াৰ পাছতে পৰ্যায়ক্ৰমে প্ৰতিনিধি সভা গৃহ, অতিথিশালা, ভোজনালয় গৃহৰ উদ্বোধন কৰা হয়।

আজি বিয়লি ৫ বজাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া ৭ বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অধিবেশনত ৰাজ্যৰ ২২ খন জিলাৰ পৰা প্ৰায় পাঁচ হাজাৰ প্ৰতিনিধি আৰু পৰ্যবেক্ষককে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আজি পুৱাৰ ভাগতে বহু প্ৰতিনিধি অধিবেশনথলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷

ইফালে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনত এইবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে অহা ১৬ মাৰ্চত এবছুৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষ্যে অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মাৰ্চত অনুষ্ঠিত হবলগীয়া শিক্ষা আৰু যুৱ সমাৰোহ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

Tags: ABSUABSU ConferenceKokrajhar

Related Posts

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক
Top News

November 1, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

November 1, 2025
অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে
Top News

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

October 31, 2025
অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫
Top News

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

October 31, 2025
প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’
Top News

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

October 31, 2025
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ

শীৰ্ষ সংবাদ

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ, জনসাধাৰণক উদ্দেশ্যি ঐক্যৰ শপত গ্ৰহণ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025