• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৪০০ কোটি টকাৰ সম্পত্তিৰে দেশৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ পৰাগ শ্বাহ

Nation NE by Nation NE
March 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
৩৪০০ কোটি টকাৰ সম্পত্তিৰে দেশৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ পৰাগ শ্বাহ
Share on FacebookShare on TwitterWhatsApp

দেশৰ কোন বিধায়ক সবাটোকৈ ধনী আৰু কোন বিধায়ক আটাইতকৈ দুখীয়া। ADRৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য। মুম্বাইৰ পূব ঘাটকোপাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ পৰাগ শ্বাহ প্ৰায় ৩৪০০ কোটি টকাৰ সম্পত্তিৰে ভাৰতৰ সৰ্বাধিক ধনী বিধায়ক। দ্বিতীয় স্থানত আছে কৰ্ণাটকৰ কনকাপুৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ডি কে শিৱকুমাৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৪১৩ কোটিতকৈ অধিক।

শেহতীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে বিধায়কসকলে দাখিল কৰা স্বয়ং শপতনামাৰ বিশ্লেষণৰ ভিত্তিত এই এডিআৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এই অধ্যয়নত ২৮খন ৰাজ্যিক বিধানসভা আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০৯২জন বিধায়কক সামৰি লোৱা হৈছিল।

শপতনামা পঢ়িব নোৱাৰা ২৪জন বিধায়ক আৰু খালী হৈ থকা ৭টা বিধানসভাৰ সমষ্টিৰ বিধায়কক এই প্ৰতিবেদনৰ পৰা আঁতৰত ৰখা হৈছে।

আটাইতকৈ কম সম্পত্তিৰ বিধায়কৰ শীৰ্ষত আছে পশ্চিম বংগৰ সিন্ধুৰ বিজেপি বিধায়ক নিৰ্মল কুমাৰ ধৰা। তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ মাত্ৰ ১৭০০ টকা।

ধনী বিধায়কসকলৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত আছে-

এন চন্দ্ৰবাবু নাইডু, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীঃ ৯৩১ কোটি টকা

ৱাই এছ জগন মোহন ৰেড্ডী, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীঃ ৭৫৭ কোটি টকা

কৰ্ণাটকৰ নিৰ্দলীয় বিধায়ক কে এইচ পুত্তস্বামী গৌড়াঃ ১২৬৭ কোটি টকা

প্ৰিয়কৃষ্ণ, কংগ্ৰেছ বিধায়ক, কৰ্ণাটকঃ ১১৫৬ কোটি টকা

পি নাৰায়ণ, টিডিপি বিধায়ক, অন্ধ্ৰপ্ৰদেশঃ ৮২৪ কোটি টকা

ভি প্ৰশান্তি ৰেড্ডী, টিডিপি বিধায়ক, অন্ধ্ৰপ্ৰদেশঃ ৭১৬ কোটি টকা

Tags: ADRBJPRichest MLA

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025