• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 1, 2025
28 °c
Guwahati
28 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

    নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

    নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

    বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘পত্নীৰ কুমাৰীত্ব পৰীক্ষা অসাংবিধানিক আৰু ই মহিলাৰ মৰ্যাদা খৰ্ব কৰে’- উচ্চ ন্যায়ালয়

      Nation NE by Nation NE
      March 27, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ‘পত্নীৰ কুমাৰীত্ব পৰীক্ষা অসাংবিধানিক আৰু ই মহিলাৰ মৰ্যাদা খৰ্ব কৰে’- উচ্চ ন্যায়ালয়
      Share on FacebookShare on TwitterWhatsApp

      ছত্তীশগড়ৰ পৰা পোহৰলৈ আহিছে এক অনন্য গোচৰ। ইয়াত এগৰাকী স্বামীয়ে নিজেই পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী জনাইছিল। পিছে ছত্তীশগড় উচ্চ ন্যায়ালয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবীত আবেদনখন অসাংবিধানিক বুলি অভিহিত কৰি নাকচ কৰে।

      আচলতে স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ বিৰুদ্ধে গুৰুতৰ এক অভিযোগ উত্থাপন কৰিছিল। পত্নীৰ চৰিত্ৰক লৈ স্বামীয়ে সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে পত্নীয়ে স্বামীক নপুংসক বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী জনায় আৰু বিষয়টো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়।

      মহিলাগৰাকীৰ মৰ্যাদা উলংঘা হোৱা বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে।লগতে ছত্তীশগড় উচ্চ ন্যায়ালয়ে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবীত দাখিল কৰা আবেদনখন অসাংবিধানিক বুলি অভিহিত কৰি খাৰিজ কৰে।

      এই সমগ্ৰ ঘটনাটো আচলতে ৰায়গড় জিলাৰ এজন যুৱকে ২০২৩ চনৰ ৩০ এপ্ৰিলত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহত আৱদ্ধ হৈছিল।বিয়াৰ পিছত যদিও স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভালে আছিল, কিন্তু কেইমাহমানৰ পাছতেই স্বামী-স্ত্ৰীৰ মাজত বিবাদ আৰম্ভ হয়। ইয়াৰ পিছত স্বামী-স্ত্ৰীয়ে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে।

      ইফালে, ২০২৪ চনৰ জুলাই মাহত ৰায়গড়ৰ পৰিয়াল আদালতত পত্নীয়ে এজাহাৰ দাখিল কৰে, য’ত তেওঁ ভৰণ-পোষণৰ বাবে প্ৰতিমাহে ২০ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন জীৱিকাৰ দাবী জনায়। পত্নীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামী নপুংসক, যাৰ বাবে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। তেওঁৰ স্বামীয়ে তেওঁক প্ৰতাৰণা কৰিহে বিয়া পাতে।

      ইফালে একে সময়তে স্বামীয়ে পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী কৰি পত্নীৰ চৰিত্ৰক অপমান কৰে। নিজৰে সৰু ভনীয়েকৰ স্বামীৰ সৈতে পত্নীৰ অবৈধ সম্পৰ্ক থকা বুলি স্বামীয়ে অভিযোগ উত্থাপন কৰে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি পৰিয়াল আদালতে স্বামীৰ যুক্তি নাকচ কৰে। লগতে পত্নীক ৰক্ষণাবেক্ষণৰ ধন দিবলৈও নিৰ্দেশ দিয়ে আদালতে।

      আদালতে নিজৰ সিদ্ধান্তত কয় যে, কুমাৰীত্ব পৰীক্ষা অসাংবিধানিক আৰু ই মহিলাৰ মৰ্যাদা খৰ্ব কৰে। উচ্চ ন্যায়ালয়ে কয় যে যদি স্বামীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত নপুংসকতাৰ অভিযোগ ভুল প্ৰমাণ কৰিব বিচাৰে তেন্তে তেওঁ নিজৰ চিকিৎসা পৰীক্ষা কৰিব পাৰিব। কিন্তু পত্নীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাটো বেআইনী।

      Related Posts

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট
      Top News

      June 1, 2025
      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      June 1, 2025
      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ
      Top News

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      June 1, 2025
      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য
      Top News

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      June 1, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 1, 2025

      শীৰ্ষ সংবাদ

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -