• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘দুগুন দাম দি দিয়ক’, পদযাত্ৰাৰ সময়ত অনন্ত আম্বানীয়ে ক্ৰয় কৰিলে শ-শ মূৰ্গী, কিন্তু কিয়?

Nation NE by Nation NE
April 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘দুগুন দাম দি দিয়ক’, পদযাত্ৰাৰ সময়ত অনন্ত আম্বানীয়ে ক্ৰয় কৰিলে শ-শ মূৰ্গী, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

দেশৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী পুনৰ এবাৰ চৰ্চাত। জামনগৰৰ পৰা দ্বাৰকালৈ ১৪০ কিলোমিটাৰ পদযাত্ৰাৰ বাবে এইবাৰ চৰ্চাত অনন্ত আম্বানী। এই পদযাত্ৰাৰ সময়ত এনে এক খবৰ পোহৰলৈ আহিছে যাক লৈ এতিয়া দেশজুৰি তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, পদযাত্ৰাৰ সময়ত অনন্ত আম্বানীয়ে প্ৰায় ২৫০টা মূৰ্গী দুগুন দামত ক্ৰয় কৰিছে। জানো আহক এই খবৰৰ সবিশেষ…

উল্লেখ্য যে, পদযাত্ৰাৰ সময়ত অনন্ত আম্বানীয়ে প্ৰত্যক্ষ কৰিছিল যে প্ৰায় ২৫০ মূৰ্গী লৈ বুচড়খানা দিশে গৈ আছিল এখন ট্ৰাক। তেওঁ লগে লগে ট্ৰাকখন ৰখাই আৰু চালকৰ সৈতে কথা পাতি দুগুন দামত গোটেইখিনি মূৰ্গী ক্ৰয় কৰি লয়। তাৰ পিছত তেওঁ কৈছে যে এই সকলোবোৰ মূৰ্গী মই পালন কৰিম।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা যায় যে অনন্ত আম্বানীয়ে এটা মূৰ্গী হাতত লৈ খোজ কাঢ়ি আছে আৰু ‘জয় দ্বাৰকাধীশ’ ধ্বনি দিয়াও শুনা যায়।

অনন্ত আম্বানীয়ে যোৱা ২৮ মাৰ্চত জামনগৰৰ মোতী খাৱড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। অনন্ত আম্বানীয়ে ১০ এপ্ৰিলত দ্বাৰকাত ৩০ বছৰীয়া জন্মদিন পালন কৰিব। সৰ্বসাধাৰণ লোকসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নিশা যাত্ৰা কৰি আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনন্তই কয়, ‘যিকোনো কাম আৰম্ভ কৰাৰ আগতে মই সদায় ভগৱান দ্বাৰকাধীশক মনত পেলাওঁ। যুৱক-যুৱতীসকললৈ মোৰ বাৰ্তা হৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ য’ত ঈশ্বৰ আছে তাত চিন্তাৰ কোনো কথা নাই।’

Tags: Anant AmbaniPad Yatra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025