• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সম্পত্তিক লৈ ঐতিহাসিক সিদ্ধান্ত!

Nation NE by Nation NE
April 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত টকাৰ বাণ্ডিল উদ্ধাৰ হোৱা ঘটনাক লৈ দেশজুৰি আৰম্ভ হোৱা প্ৰতিক্ৰিয়াৰ পিছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এটা ঐতিহাসিক সিদ্ধান্ত। এতিয়াৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে নিজৰ সম্পত্তিৰ হিচাপ ৰাজহুৱা কৰিব।

দেশৰ মুখ্য ন্যায়াধীশৰ ওচৰত প্ৰতিগৰাকী ন্যায়াধীশে সহমত প্ৰকাশ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ন্যায়াধীশসকলৰ সম্পত্তিৰ তালিকা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব।

কিন্তু ইয়াক ৰাজহুৱা কৰাৰ পদ্ধতি কি হ’ব আৰু কেনেকৈ এই সিদ্ধান্ত লোৱা হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ সূত্ৰ অনুসৰি ১ এপ্ৰিলত অনুষ্ঠিত হোৱা ফুল ক’ৰ্ট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ সন্মুখত সকলো ন্যায়াধীশে সিদ্ধান্ত লয় যে সম্পত্তিৰ সবিশেষ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ৰ ৩০জন ন্যায়াধীশে নিজৰ সবিশেষ দাখিল কৰিছে। এতিয়া ইয়াক আপলোড কৰাৰ পদ্ধতিৰ কথা বিবেচনা কৰি থকা হৈছে।

উল্লেখ্য যে এনেধৰণৰ সিদ্ধান্ত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ পূৰ্ণাংগ আদালতে ২০০৯ চনৰ আগষ্ট মাহত গ্ৰহণ কৰিছিল। সেই সময়ত মুখ্য ন্যায়াধীশ জি বালকৃষ্ণন আৰু অন্যান্য ন্যায়াধীশসকলে এই সিদ্ধান্ত লৈছিল। তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে সকলো ন্যায়াধীশে নিজৰ লগতে তেওঁলোকৰ পত্নী আৰু আত্মীয়ৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি প্ৰকাশ কৰিব।

Tags: AssetsJudgesSupreme Court

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025