• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ তীক্ষ্ণ দৃষ্টি, ১৭ জনৰ প্ৰাণহানি

Nation NE by Nation NE
April 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিপদে লগ এৰা নাই বেঞ্জামিন নেতান্যাহুৰ! এইবাৰ পত্নীৰ বিৰুদ্ধে আৰম্ভ তদন্ত
Share on FacebookShare on TwitterWhatsApp

৪ এপ্ৰিলত গাজা ষ্ট্ৰিপত পুনৰ ইজৰাইলৰ আক্ৰমণত প্ৰাণহানি হয় ১৭ জনকৈ লোকৰ। ইজৰাইলে হামাছৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰিবলৈ পেলেষ্টাইন ভূখণ্ডলৈ অধিক সৈন্য প্ৰেৰণ কৰিছে।

ইজৰাইলৰ সেনাৰ বিমান আক্ৰমণত গাজাৰ দক্ষিণৰ খান ইউনিছ চহৰত কমেও ১৭ জন লোকৰ প্ৰাণহানি হয়। আক্ৰমণৰ ঘণ্টাৰ পিছতো মানুহে ধ্বংসাৱশেষত জীৱিত লোকৰ সন্ধানত আছিল এই আক্ৰমণ ইজৰাইলৰ কেইবাদিনো আক্ৰমণৰ পিছত, য’ত কমেও ১০০ জন লোক প্ৰাণ হেৰুৱাইছে। ইজৰাইলে নিজৰ পণবন্দীসকলক মুকলি কৰি দিবলৈ হামাছক হেঁচা প্ৰয়োগ কৰি সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইজৰাইলে ৪ এপ্ৰিলত কয় যে, তেওঁলোকে নিজৰ নিৰাপত্তা মণ্ডল সম্প্ৰসাৰণৰ বাবে উত্তৰ গাজাত স্থলভাগৰ কাৰ্যকলাপ আৰম্ভ কৰিছে। ইজৰাইলী সেনাই আশা কৰা মতে স্থল অভিযানৰ পূৰ্বে উত্তৰ গাজাৰ কিছু অংশ ব্যাপকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।

ৰাষ্ট্ৰসংঘৰ মানৱীয় কাৰ্যালয়ে জনোৱা মতে, বিগত মাহত ইজৰাইলে হামাছৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলোৱাৰ পাছৰে পৰা প্ৰায় ২ লাখ ৮০ হাজাৰ পেলেষ্টাইনী সাধাৰণ নাগৰিক স্থানচ্যুত হৈছে।

ইফালে ৩ এপ্ৰিলত ইজৰাইলৰ যুদ্ধ বিমানে গাজা ষ্ট্ৰিপত বিধ্বংসী ৰূপ ধাৰণ কৰে। এই বিমান আক্ৰমণত গাজাত কমেও ১০০ জন লোক নিহত হয়। ইয়াৰ ভিতৰত উত্তৰ গাজাৰ এখন বিদ্যালয়ত বিমান আক্ৰমণত আশ্ৰয় লোৱা ৩৩ জন লোক নিহত হয়। বিদ্যালয়খনত এই আক্ৰমণত আহত হয় ৭০জন লোক। পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে এই তথ্য প্ৰদান কৰে।

শেহতীয়াকৈ ইজৰাইলে এই আক্ৰমণৰ পৰিসৰ বৃদ্ধি কৰিছে। ইফালে ইজৰাইলী সেনাই কয় যে, হামাছৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আৰু সকলো নাগৰিককে গাজাৰ পৰা খেদি পঠিওৱাৰ লক্ষ্যৰে এই আক্ৰমণ তীব্ৰতৰ কৰিছে।

Tags: Benjamin NetanyahuGAZAIsrael

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025