• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, June 9, 2025
31 °c
Guwahati
31 ° Tue
32 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতলৈ অনা হ’ল ২৬/১১ মুম্বাই নৰসংহাৰৰ মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰাণাক

      Nation NE by Nation NE
      April 10, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভাৰতলৈ অনা হ’ল ২৬/১১ মুম্বাই নৰসংহাৰৰ মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰাণাক
      Share on FacebookShare on TwitterWhatsApp

      ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰাণাক বৃহস্পতিবাৰে এখন বিশেষ বিমানেৰে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয়। মাৰ্কিন উচ্চতম ন্যায়ালয়ত ৰাণাৰ আৰ্জি নামঞ্জুৰ হোৱাৰ পিচতে আমেৰিকা প্ৰশাসনে ভাৰতক গতাই দিয়ে।

      ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ কৰিবৰ বাবে এন আই এৰ লগতে আন তদন্তকাৰী সংস্থাৰ এটা বিশেষ দল আমেৰিকালৈ গৈছিল। এই দলটোৰ সৈতেই বুধবাৰে ভাৰতীয় সময় অনুসৰি ৭.১০ বজাত বিশেষ বিমানেৰে অভিযুক্ত ৰাণাক ভাৰতলৈ প্ৰেৰণ কৰা হয়।

      ১৯৯৭ চনত হোৱা প্ৰত্যৰ্পণ চুক্তি অনুসৰিয়েই আমেৰিকাই ভাৰতক গতাই দিছে ৰাণাক। এই খবৰ বিয়পি পৰাৰ পিছতে দিল্লীৰ তিহাৰ কাৰাগাৰ আৰু মুম্বাইৰ আনাৰ্ক ৰোড কাৰাগাৰত সাজু কৰা হৈছে অতি কটকটীয়া নিৰাপত্তা য়াৰ্ড। জানিব পৰা অনুসৰি, ৰাণাক দিল্লীত প্ৰথমে চলোৱা জেৰাৰ পিচত মুম্বাইলৈ নিয়া হ’ব।

      তাহাউৰ হুছেইন ৰাণাক প্ৰত্যৰ্পণৰ খবৰ পোৱাৰ লগে লগে তেওঁক কি শাস্তি দিয়া হ’ব সেই সম্পৰ্কে আলোচনা তীব্ৰতৰ হৈ পৰিছে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইৰ একাধিক স্থানত সংঘটিত হোৱা আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ আছে ৰানাৰ বিৰুদ্ধে।

      পাকিস্তানৰ পৰা সাগৰেৰে অহা ১০ জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ১৬৬ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত ছয়জন আমেৰিকান নাগৰিকো আছিল।

      এই আক্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীয়ে আজমল কাছাব নামৰ এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত ধৰিছিল। বাকী ৯ জন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল।

      জীৱন্তে ধৰা পৰা সন্ত্ৰাসবাদী কাছাবক ২০১২ চনৰ ২১ নৱেম্বৰত পুনেৰ য়েৰৱাদা জেলত ফাঁচী দিয়া হৈছিল।

      Tags: ExtraditionTahawwur Rana

      Related Posts

      সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
      Top News

      June 9, 2025
      ৰাজা-সোনমৰ কাণ্ডই লৈছে নতুন মূৰ! সোনম ৰঘুবংশীয়ে স্বামী ৰাজাক হানিমুনত…
      Top News

      ৰাজা-সোনমৰ কাণ্ডই লৈছে নতুন মূৰ! সোনম ৰঘুবংশীয়ে স্বামী ৰাজাক হানিমুনত…

      June 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 9, 2025
      বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিৰাগ পাছৱানৰ ডাঙৰ ঘোষণা, ‘এন ডি এ শক্তিশালী কৰাৰ বাবে মোৰ দল…

      June 8, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

      June 8, 2025
      ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
      Top News

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      June 8, 2025

      শীৰ্ষ সংবাদ

      সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…

      ৰাজা-সোনমৰ কাণ্ডই লৈছে নতুন মূৰ! সোনম ৰঘুবংশীয়ে স্বামী ৰাজাক হানিমুনত…

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিৰাগ পাছৱানৰ ডাঙৰ ঘোষণা, ‘এন ডি এ শক্তিশালী কৰাৰ বাবে মোৰ দল…

      ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist