• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
April 12, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক…
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : এই দিনটোত আপুনি এফালে শান্তি আৰু আনফালে উদ্বিগ্নতা অনুভৱ কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ কিন্তু অলপ পৰিবেশৰ প্ৰভাৱত আপুনি অলপ ভাগৰুৱা অনুভব কৰিব ৷ শৰীৰৰ ওপৰত চকু ৰাখক, স্বাস্থ্য বেয়া হ’ব পাৰে ৷

বৃষ ৰাশি : আজি আপুনি ভাল পৰামর্শ পাব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে। আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱনত অশান্তি হʼব পাৰে। কৰ্মত প্রতিযোগিতা কৰিব পাৰে, কিন্তু প্রতিযোগি বিফল হʼব ৷

মিথুন ৰাশি : সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকক হঠাৎ লগ পাব পাৰে আৰু এই সময় লাভজনক হ’ব ৷ আপোনাৰো সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু সকলো কামত সফল হ’ব ৷

কৰ্কট ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয়। আৰ্থিকভাৱে আজিৰ দিনটো ভাল, অৱশ্যে তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ৷

সিংহ ৰাশি : আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল হওক লাভৱান হ’ব। আৰ্থিক লোকচানৰ সম্ভাৱনা।

কন্যা ৰাশি : আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু আজি আপুনি বহুত বিষয়ক লৈ চিন্তাত থাকিব পাৰে ৷ আপোনাৰ চিন্তাৰ আচল কাৰণ হ’ব আপোনাৰ বন্ধু বা সন্তান বা দুয়ো একেলগে ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ সম্ভৱ হ’লে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷

তুলা ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে | পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব।

বৃশ্চিক ৰাশি : আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগটো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ উন্নত হ’ব। বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব আৰু অকলশৰীয়া সকলে প্ৰেমী বা বিপৰীত লিংগৰ বন্ধুৰ পৰা ভাল ব্যৱহাৰ পাব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব ৷

ধনু ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ থাকি কৰ্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব। শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰচেষ্টা কৰক।

মকৰ ৰাশি : বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ পার্টি হʼব পাৰে বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত ৷

কুম্ভ ৰাশি : কুম্ভ সকলৰ বাবে গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ কাম সময়ত কাম শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে এটা ডাঙৰ আশ্চর্যচকিত কৰা দিয়া উপহাৰে বাট চায় আছে ৷ মানসিকভাৱে শান্তি আৰু পাৰিবাৰিকভাৱে সুন্দৰ দিন পাৰ হ’ব ৷ আপোনাৰ বিচৰাখিনি আপুনি লাভ কৰিব ৷

মীন ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব ৷

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025