• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ ইউনুছৰ ডাঙৰ সিদ্ধান্ত, ক্ষুব্ধ বাংলাদেশৰ সেনাপ্ৰধান, কি হ’ব এক্সন?

Nation NE by Nation NE
April 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ ইউনুছৰ ডাঙৰ সিদ্ধান্ত, ক্ষুব্ধ বাংলাদেশৰ সেনাপ্ৰধান, কি হ’ব এক্সন?
Share on FacebookShare on TwitterWhatsApp

বিগত বৰ্ষত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি অহৰহ পৰিৱর্তন হৈ আহিছে৷ যোৱা কেইমাহমানৰ পৰা ঢাকাত বহু বৃহৎ প্ৰতিবাদ সংঘটিত হৈছে।

এতিয়া বাংলাদেশত আৰম্ভ হৈছে এক নতুন আন্দোলন। ইয়াৰ কাৰণ হৈছে খলিলুৰ ৰহমানক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিযুক্তি। ৯ এপ্ৰিলত মহম্মদ ইউনুছৰ চৰকাৰে হঠাতে খলিলুৰ ৰহমানক নিযুক্তি দিয়ে।

এই সিদ্ধান্ত দেশৰ সেনা প্ৰধান ৱাকাৰ উজ জামান বহিঃৰাজ্যত থকাৰ সময়ত লোৱা হৈছিল। কোৱা হৈছে যে এই সিদ্ধান্তক লৈ ক্ষুব্ধ সেনা হৈছে প্ৰধানগৰাকী। এনে পৰিস্থিতিত ঢাকাত চৰকাৰ আৰু সেনাৰ সংঘাত বাঢ়িব পাৰে আৰু মহম্মদ ইউনুছে সেনা প্ৰধানৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, খলিলুৰ ৰহমানক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) নিযুক্তি দিয়াৰ পিছত তেওঁৰ আৰু সেনা প্ৰধান জেনেৰেল ৱাকাৰ জামানৰ সম্পৰ্কক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

এনে পৰিস্থিতিত জেনেৰেল জামানৰ লগত তেওঁৰ সংঘাত হ’ব পাৰে বুলি ভবা হৈছে, কাৰণ জেনেৰেল জামান দেশৰ আভ্যন্তৰীণ আৰু বহিঃ সুৰক্ষাৰ বাবে দায়বদ্ধ। বিশেষ কথাটো হ’ল যেতিয়া জেনেৰেল জামান ৰাছিয়া আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণলৈ গৈছিল তেতিয়া মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে খলিলুৰ ৰহমানক এই নিযুক্তি দিছিল, গতিকে এতিয়া বিতৰ্ক আৰু অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা অৱসৰপ্ৰাপ্ত মেজৰ সৰৱাৰ হুছেইনৰ মতে ইউনুছ চৰকাৰে হয়তো খলিলুৰ ৰহমান আৰু জেনেৰেল জামানৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব বিচাৰিছিল, কিন্তু এই সিদ্ধান্ত শুদ্ধ নহয়। তেওঁ কয় যে বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ পদটো এজন প্ৰাক্তন সামৰিক বিষয়া বা অভিজ্ঞ কূটনীতিবিদক দিব লাগিছিল। এই ডাঙৰ আৰু দায়িত্বশীল পদটোৰ বাবে খলিলুৰ ৰহমান উপযুক্ত ব্যক্তি বুলি হুছেইনে নাভাবে।

ইয়াৰ পূৰ্বেও বহু বিতৰ্কৰ সৈতে ৰহমান জড়িত হৈ আছে। ২০০১ চনত এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰীৰ হত্যাকাণ্ডৰ গোচৰতো তেওঁৰ নাম আহিছিল।এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেজৰ (অৱসৰপ্ৰাপ্ত) সৰৱাৰ হুছেইনে কয় যে, ৰেহমানক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) কৰাৰ পূৰ্বে তেওঁৰ পটভূমিৰ সঠিক তদন্ত হ’ব লাগিছিল। তেওঁ আচৰিত হৈছে যে ইউনুছ চৰকাৰে কোনো উচ্চ পৰ্যায়ৰ কোনো তদন্ত নকৰাকৈ বা  কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ ফলত বহু প্ৰশ্নৰো উত্থাপন হৈছে।

Tags: BangladeshSheikh HasinaYunis

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025