• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিজাব পৰিধান কৰি সনাতনী পদযাত্ৰাত অংশ ল’লে মুছলমান যুৱতীয়ে, ক’লে- সনাতন ধৰ্ম….

Nation NE by Nation NE
April 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হিজাব পৰিধান কৰি সনাতনী পদযাত্ৰাত অংশ ল’লে মুছলমান যুৱতীয়ে, ক’লে- সনাতন ধৰ্ম….
Share on FacebookShare on TwitterWhatsApp

মহাকুম্ভৰ পৰা চৰ্চালৈ অহা হৰ্ষ ৰিচাৰিয়াই মঙলবাৰে বৃন্দাবনত আৰম্ভ কৰে সনাতন যুৱ জোড়ো পদযাত্ৰা। য’ত বহু হিন্দু সংগঠন আৰু সন্তই তেওঁৰ সৈতে যোগদান কৰিছিল।

এই যাত্ৰাৰ বিশেষ কথাটো হ’ল ইয়াত মুছলমান সম্প্ৰদায়ৰ যুৱতী আলিছাকো দেখা গৈছিল।  হিজাব পৰিধান কৰি এই পদযাত্ৰাত অংশগ্ৰহণ কৰি সনাতন ধৰ্মৰ প্ৰভাৱত পৰি এই পদযাত্ৰাৰ অংশ হৈ পৰা বুলি আলিছাই উল্লেখ কৰে।

মথুৰা জিলাৰ বাসিন্দা আলিছাই এগৰাকী হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁৰ পৰিয়ালৰ লোকে এই বিবাহৰ তীব্ৰ বিৰোধিতা কৰিছিল, যদিও ইয়াৰ পিছতো আলিছাই পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে গৈ এই বিবাহত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ কয় যে, মুছলমান ধৰ্মত ছোৱালীক সন্মান কৰা নহয়। সেইবাবেই তেওঁ ইছলামক সমৰ্থন নকৰে। আনহাতে হিন্দু ধৰ্মত ছোৱালীক সন্মান কৰা হয়। সেইবাবেই তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।

ইফালে আলিছাই সনাতন ধৰ্মৰ সমৰ্থনত হৰ্ষ ঋচাৰ্যৰ সৈতে এই পদযাত্ৰাত যোগদান কৰাৰ সিদ্ধান্ত লৈছে। হিজাব পিন্ধি যেতিয়া আলিছাই এই পদযাত্ৰাত উপস্থিত হয়, তেতিয়া সকলোৱে তেওঁক সকলোৱে চাই ৰয়। আলিছাই কয় যে, তেওঁ মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তেওঁৰ জীৱন যাত্ৰাত প্ৰেমানন্দ মহাৰাজক নিজৰ আদৰ্শ বুলি গণ্য কৰে। ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে।

উল্লেখ্য যে, বৃন্দাবনৰ পৰাই সনাতন যুৱ জোড়ো পদযাত্ৰা আৰম্ভ কৰিছে হৰ্ষ ঋচাৰিয়াই। এই যাত্ৰা বৃন্দাবনৰ পৰা আৰম্ভ হ’ব আৰু প্ৰায় ১৭৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বুলন্দশহৰৰ আলিগড় হৈ সম্ভললৈ যাব।

এই পদযাত্ৰাৰ উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক সনাতন ধৰ্মৰ প্ৰতি সজাগ কৰা, নিচাৰ পৰা মুক্ত কৰা আৰু যুৱক-যুৱতীসকলক আগুৱাই অনা। এই যাত্ৰা কৰি তেওঁলোক অহা ২১ এপ্ৰিলত সম্ভলত উপস্থিত হ’ব। এই সময়ছোৱাত বহু সাধু-মুনিয়ে ইয়াত অংশগ্ৰহণ কৰিব।

Tags: muslimPadyatrasanatan

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025