• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শৰীৰত প্লেটলেট কমিলে দেখা দিয়ে এই সমূহ লক্ষণ, জানো আহক বিশেষজ্ঞই কি কয়…

Nation NE by Nation NE
April 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শৰীৰত প্লেটলেট কমিলে দেখা দিয়ে এই সমূহ লক্ষণ, জানো আহক বিশেষজ্ঞই কি কয়…
Share on FacebookShare on TwitterWhatsApp

প্লেটলেট হৈছে তেজত থকা কণা, যাৰ সহায়ত তেজৰ গোট গঠন হয়। যদি তেজত ইয়াৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে, তেন্তে তেজৰ গোট গঠনত সমস্যা হ’ব পাৰে।

এই সন্দৰ্ভত বিশেষজ্ঞসকলে কৈছে যে, এনে অৱস্থাত ব্যক্তি এজনৰ শৰীৰৰ পৰা বহু তেজ ওলাব পাৰে, যাৰ ফলত ব্যক্তিজনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেয়েহে ব্যক্তি এজনৰ দেহত সঠিক পৰিমাণে প্লেটলেট থাকিব লাগে। এজন সুস্থ ব্যক্তিৰ তেজত থকা প্লেটলেটৰ মাত্ৰা প্ৰতি মাইক্ৰ’লিটাৰত ১,৫০,০০০ৰ পৰা ৪,৫০,০০০ হ’ব লাগে। যদি এই সংখ্যা ইয়াৰ তললা যায়, তেন্তে ৰক্তক্ষৰণৰ দৰে সমস্যা হ’ব পাৰে।

যেতিয়া শৰীৰত প্লেটলেটৰ সংখ্যা কমি যায়, তেতিয়া শৰীৰত বহু ধৰণৰ লক্ষণে দেখা যায়। এই লক্ষণসমূবৰ বিষয়ে সঠিকভাৱে জানো আহক-

  • ছালৰ নীলা ৰং

প্লেটলেটৰ সংখ্যা কম হোৱাৰ প্ৰথম আৰু সাধাৰণ লক্ষণ হ’ব পাৰে শৰীৰৰ যিকোনো অংশত কোনো ধৰণৰ আঘাত নোহোৱাকৈ নীলা, বেঙুনীয়া বা ক’লা দাগ থকা। ছালৰ তলত তেজ জমা হোৱাৰ ফলত এই চিনবোৰ গঠন হয়, যাৰ ফলত শৰীৰৰ তেজ জমা হোৱাৰ ক্ষমতা কমি অহাৰ ইংগিত পোৱা যায়।

  • ছালত সৰু সৰু ৰঙা ফোঁহা ওলোৱা

যেতিয়া তেজত প্লেটলেট কমি যায়, তেতিয়া ছালত সৰু সৰু ফোঁহাই দেখা দিয়ে। এই ফোঁহা সাধাৰণতে ভৰি, বা শৰীৰৰ তলৰ অংশত দেখা দিয়ে। এইবোৰ ৰঙা বা বেঙুনীয়া ৰঙৰ সৰু সৰু দাগ, যিবোৰ ছালৰ তলত মাইক্ৰ’ ব্লিডিঙৰ ফলত সৃষ্টি হয়। বহুতেই এইবোৰক ফোঁহা বা এলাৰ্জী বুলি ভাবি প্ৰায়ে আওকাণ কৰে।

  • নাক আৰু দাঁতৰ পৰা সঘনাই তেজ ওলোৱা

যদি কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা সঘনাই তেজ ওলায় বা ব্ৰাছ কৰাৰ সময়ত দাঁতৰ পৰা তেজ ওলায়, তেন্তে ই প্লেটলেটৰ অভাৱৰ লক্ষণ হ’ব পাৰে। স্বাভাৱিক পৰিস্থিতিত এই অংগবোৰৰ পৰা সোনকালে ৰক্তক্ষৰণ নহয়, কিন্তু প্লেটলেট কমি গ’লে শৰীৰৰ ৰক্তক্ষৰণ বন্ধ কৰাৰ ক্ষমতা কমি যায়।

  • ক্লান্তি আৰু দুৰ্বলতা

শৰীৰত প্লেটলেটৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলায়। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ শৰীৰৰ শক্তিৰ ওপৰত পৰে, যাৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম নকৰিলেও সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে। এই লক্ষণ এটা গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে।

  • মল বা প্ৰস্ৰাৱত তেজ

যদি মল বা প্ৰস্ৰাৱত তেজ দেখা যায়, তেন্তে শৰীৰৰ ভিতৰৰ অংশতো ৰক্তক্ষৰণ হোৱাৰ লক্ষণ। এইটো অতি গুৰুতৰ অৱস্থা হ’ব পাৰে আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

Tags: HealthHealthy lifeMedical life

Related Posts

সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

শীৰ্ষ সংবাদ

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025