• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজ বাসগৃহতে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ

Nation NE by Nation NE
April 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিজ বাসগৃহতে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ
Share on FacebookShare on TwitterWhatsApp

২০ এপ্ৰিল অৰ্থাত দেওবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশৰ মৃতদেহ। বাংগালুৰুৰ এচএছআৰ লেআউটস্থিত নিজৰ তিনিমহলীয়া বাসগৃহৰ গ্ৰাউণ্ড ফ্লৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহ দেখাৰ পিছতে ওম প্ৰকাশৰ পত্নীয়ে আৰক্ষীক ঘটনাৰ খবৰ দিয়ে। ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আৰু সেয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।

ইয়াৰ উপৰি এই ঘটনাত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজনৰ কোনো আত্মীয় জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে শীৰ্ষ আৰক্ষী বিষয়াই। বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰিছে।

ওম প্ৰকাশৰ পত্নী আৰু কন্যাক তেওঁৰ মৃত্যুৰ সন্দৰ্ভত জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি অৱসৰপ্ৰাপ্ত ডিজিপিগৰাকীয়ে ইয়াৰ পূৰ্বে একাংশ ঘনিষ্ঠৰ পৰা নিজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বুলি উদ্বেগ প্ৰকাশ কৰিছিল।

১৯৮১ বেচ্চৰ ৬৮ বছৰীয়া আই পি এছ বিষয়াজন বিহাৰৰ চম্পাৰাণৰ মূল বাসিন্দা আৰু তেওঁ ভূতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১৫ চনৰ ১ মাৰ্চত তেওঁ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল।ইয়াৰ পূৰ্বে তেওঁ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ লগতে গৃহৰক্ষী বিভাগৰো মুৰব্বী আছিল।

Tags: DGPEx DGPKarnataka

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025