• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

Nation NE by Nation NE
April 21, 2025
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আৰ্থিক দিশত শুভ। দিনটো নিৰোগী হৈ থাকিব। দিনটো প্ৰায় ভাল। মন পছন্দ কাৰ্যই সহায় কৰিব। নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব।

বৃষ ৰাশি : আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ পুৰুষসকলে মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত মন কৰক ৷ পানীৰ পৰা সাৱধান । পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । মদ্যপান নকৰিব ৷ আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।

মিথুন ৰাশি : দিনটো কঠিন দিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

কৰ্কট ৰাশি : দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু এক যাত্রা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷

সিংহ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো ৰোমাঞ্চকৰ হৈ পৰিব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত । খৰচ বৃদ্ধি ৷

কন্যা ৰাশি : এটা সাধাৰণ দিন ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্ক থকা ব্যক্তিৰ লগত পার্টী হʼব পাৰে ৷

তুলা ৰাশি : আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

বৃশ্চিক ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ অধ্যয়নৰ ভাৰ বৃদ্ধি হ’ব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

মকৰ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷

কুম্ভ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷

মীন ৰাশি :দিনটো শুভ ৷ সপোনবোৰ সফল হোৱৰ দিশত গতি কৰিছে ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু-সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামতো মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025