• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছালৰ সৈতে জড়িত সমস্যা নাইকীয়া কৰিবলৈ উপকাৰী হয় এই ফল, জানক ইয়াৰ উপকাৰীতা

Nation NE by Nation NE
April 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছালৰ সৈতে জড়িত সমস্যা নাইকীয়া কৰিবলৈ উপকাৰী হয় এই ফল, জানক ইয়াৰ উপকাৰীতা
Share on FacebookShare on TwitterWhatsApp

আমাৰ ছালৰ বাবে কল অতি উপকাৰী। কলত এনেধৰণৰ উপাদান থাকে, যিয়ে ছালখনক প্ৰাকৃতিকভাৱে সুন্দৰ কৰি তোলে। কলত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ইয়াত পটাছিয়াম, কেলচিয়াম আৰু জিংক আদি মৌলও থাকে। কলত উন্নত পৰিমাণৰ এন্টি-অক্সিডেন্টো পোৱা যায়। ই ছালৰ কোষ পৰিষ্কাৰ কৰি মুখখন উজ্জ্বল কৰি তোলাৰ লগতে ছালৰ লগত জড়িত বহু সমস্যাৰ পৰাও সকাহ দিয়ে।

কল ছালৰ বাবে এক আশীৰ্বাদ। বহু বস্তুৰ লগত কল মিহলাই ফেচ পেক বনাব পাৰি। কলৰ ফেচ পেক লগালে ছালৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। গতিকে কলৰ পৰা ফেচ পেক বনোৱাৰ সহজ উপায় জানো আহক-

  • যদি আপোনাৰ ছালখন তেলীয়া হয়, তেন্তে কলৰ লগত অমিতা, তিয়ঁহ আৰু দৈ মিহলাই তৈয়াৰ কৰা ফেচ পেক লগাব লাগে। ইয়াৰ ফলত ছাল তেলমুক্ত হয়। মুখখন পৰিষ্কাৰ আৰু উজ্জ্বল হৈ পৰে। অমিতা, তিয়ঁহ আৰু দৈৰ ফেচ পেক বনাবলৈ ২৫ গ্ৰাম অমিতা আৰু ২৫ গ্ৰাম তিয়ঁহ ১০০ গ্ৰাম দৈ মিহলাই ল’ব লাগিব। তাৰপিছত ফেচ পেকটো ১৫-২০ মিনিটৰ বাবে মুখত লগাব লাগিব। তাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব লাগে।
  • নাৰিকল তেল আৰু মৌৰ লগত কল মিহলাই ফেচ পেক তৈয়াৰ কৰা হয়। মৌৱে ছালখন উজ্জ্বল কৰি তোলে আৰু নাৰিকল তেলে ছালখন আৰ্দ্ৰ কৰি তোলে। এই ফেচ পেকটো মুখত ১৫-২০ মিনিট লগালে ছালখন জিলিকি উঠে আৰু ইয়াৰ শুকানতা নাইকিয়া হয়।
  • নিম আৰু হালধীত বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে। যাৰ ফলত মুখৰ ক্ষতি কৰা বেক্টেৰিয়াবোৰ নাইকিয়া হয়। কলৰ পেষ্টত এচামুচ হালধী আৰু এচামুচ নিম পাউদাৰ ভালদৰে মিহলাই ল’ব লাগিব। এই ফেচ পেকটো মুখত লগাব লাগে। ২০ মিনিট ৰাখি তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগিব। এই ফেচ পেক লগালে পিম্পলৰ সমস্যা নাইকিয়া হয়।
  • কলৰ লগত কিছু দৈ মিহলাই পেষ্ট বনাই লব লাগিব। ছালৰ বাবেও দৈ উপকাৰী। দৈ-কলৰ ফেচ পেকৰ সহায়ত ছালৰ বলিৰেখাবোৰ নাইকিয়া হৈ ছালখন কোমল হৈ জিলিকিবলৈ আৰম্ভ কৰে। এই ফেচ পেকটো মুখ আৰু ডিঙিত ২০ মিনিট ৰাখি তাৰ পিছত কুহুমীয়া পানীৰে ধুব লাগে। ইয়াৰ ফলত ছাল মসৃণ হয়।
Tags: HealthMedicalskin

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025