• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 17, 2025
29 °c
Guwahati
25 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

    ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

    নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

    মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?

      Nation NE by Nation NE
      April 24, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?
      Share on FacebookShare on TwitterWhatsApp

      ২৩ এপ্ৰিল মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণ সচাঁকৈ গৰিহণাৰ যোগ্য। মঙলবাৰে বিয়লি ৩  বজাত উগ্ৰপন্থীয়ে পেহেলগামৰ সৌন্দৰ্য্য উপভোগ কৰি খকা পৰ্যটকৰ দলক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে।

      পুলৱামা আক্ৰমণৰ পিছত ভাৰতত এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অনুমান কৰা হৈছে। সমগ্ৰ বিশ্বই এই ঘটনাক গৰিহণা দিছে।  ইতিমধ্যে সকলো প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে সম্পূৰ্ণ  ধৰ্মীয় পৰিচয়ৰ ভিত্তিত এই আক্ৰমণ সংঘটিত হৈছে। ভুক্তভোগীক কলিমা পঢ়িব দিয়াৰ লগতে গুপ্তাংগ পৰীক্ষা কৰা হৈছিল। স্থানীয় সূত্ৰই দাবী কৰিছে যে উগ্ৰপন্থীয়ে সামৰিক পোছাক পৰিধান কৰি আহিছিল।

      ইতিমধ্যে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। জনা যায় যে, এই সংগঠনটো পাকিস্তানৰ আই এছ আইৰ সহযোগী। সেয়েহে সন্ত্ৰাসবাদী আক্ৰমণত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো জড়িত থকাৰ স্পষ্ট ইংগিত পোৱা গৈছে। গতিকে ভাৰতে এই ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা ল’ব সেয়া লক্ষণীয় হ’ব।

      ইতিমধ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই ঘটনা সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ যোগাযোগ কৰিছে। জম্মু-কাশ্মীৰৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ট্ৰাম্পে।

      তেওঁ কয় যে আমেৰিকাই এই ক্ষেত্ৰত ভাৰতক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু হৈ আছে। লগতে ট্ৰাম্পে কয় যে, যিকোনো ধৰণৰ সহায়ৰ বাবে আমেৰিকাই ভাৰতৰ কাষত থিয় দিব। এই সন্ত্ৰাসবাদী আক্ৰমণত ভাৰত আৰু আমেৰিকাই একেলগে যুঁজিব বুলি ট্ৰাম্পে জানিবলৈ দিয়ে।

      উল্লেখ্য যে, ছৌদি আৰৱ ভ্ৰমণলৈ গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু এই আক্ৰমণৰ খবৰ লাভ কৰিয়েই ছৌদি আৰৱৰ ভ্ৰমণ মাজভাগত এৰি দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। আনহাতে আজি শ্ৰীনগৰৰ পৰা পহলগামত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ।

      Tags: AmericaIndiakashmirPakistan

      Related Posts

      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ
      Top News

      May 17, 2025
      কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা
      Top News

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

      May 17, 2025
      ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী
      Top News

      নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

      May 17, 2025
      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
      Top News

      ৩ বছৰৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ বৈঠক, জেলেনস্কিৰ ডাঙৰ দাবী…

      May 17, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      May 17, 2025

      শীৰ্ষ সংবাদ

      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

      কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

      নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

      ৩ বছৰৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ বৈঠক, জেলেনস্কিৰ ডাঙৰ দাবী…

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist