• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানে ভাৰতক সকীয়নি দিয়া চিমলা চুক্তি কি? জানো আহক সবিশেষ…

Nation NE by Nation NE
April 24, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
পাকিস্তানে ভাৰতক সকীয়নি দিয়া চিমলা চুক্তি কি? জানো আহক সবিশেষ…

চুক্তি স্বাক্ষৰিত সময়ৰ ছবি। ফটো : সংগৃহীত

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সিন্ধু জল চুক্তি বাতিল কৰে। ইয়াৰ উপৰি, আন পদক্ষেপ সমূহৰ ভিতৰত আছে পাকিস্তানী নাগৰিকক ভিছা প্ৰদান নকৰা, দূতাবাসত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস।

ভাৰতৰ কঠোৰ সিদ্ধান্তৰ পিছতে এতিয়া সন্ত্ৰস্ত হৈ পৰা পাকিস্তানেও বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ এই বৈঠকত ভাৰতে গ্ৰহণ কৰা অনুৰূপ পদক্ষেপকেই গ্ৰহণ কৰা দেখা যায় পাকিস্তানক।

আজিৰ এই বৈঠকৰ পিছতে পাকিস্তানে চিমলা চুক্তি বাতিল কৰাৰ হুংকাৰ প্ৰদান কৰে। এতিয়া জানো আহক কি এই চিমলা চুক্তি।

কেতিয়া হৈছিল চিমলা চুক্তি

ভাৰতে সামৰিক হস্তক্ষেপৰ জৰিয়তে ১৯৭১ চনৰ মাৰ্চ মাহত পাকিস্তানৰ পৰা পূব পাকিস্তানক পৃথক কৰি বিশ্বৰ মানচিত্ৰত বাংলাদেশ নামেৰে এখন নতুন দেশ প্ৰতিষ্ঠা কৰে। বাংলাদেশত পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ হাতত আত্মসমৰ্পণ কৰে। ভাৰতে প্ৰায় ৯০ হাজাৰ লোকক যুদ্ধবন্দী হিচাপে লৈছিল। ইয়াৰে অধিকাংশই আছিল সৈনিক বা অৰ্ধসামৰিক জোৱান। ভাৰতে পশ্চিম পাকিস্তানৰ প্ৰায় ৫০০০ বৰ্গমাইল এলেকাও দখল কৰিছিল।

কোনে স্বাক্ষৰ কৰিছিল চিমলা চুক্তি

বাংলাদেশ গঠন হোৱাৰ প্ৰায় ১৬ মাহৰ পাছত হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৱে ১৯৭২ চনৰ ২ জুলাইত দুয়োজন নেতাই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিক আমি ‘চিমলা চুক্তি’ বুলি জানো।

এই চুক্তিত দুয়োখন দেশে শান্তিপূৰ্ণ উপায় আৰু আলোচনাৰ জৰিয়তে নিজৰ মতানৈক্য সমাধানৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল শান্তি বজাই ৰখা আৰু সম্পৰ্ক উন্নত কৰা।

চিমলা চুক্তিত কি আছে?

এই চুক্তিৰ জৰিয়তে ভাৰত আৰু পাকিস্তানে সিদ্ধান্ত লয় যে দুয়োখন দেশে যিকোনো বিবাদ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব। ইয়াত কোনো তৃতীয় দেশ বা সংগঠনে হস্তক্ষেপ নকৰে।

কোনো দেশেই একপক্ষীয়ভাৱে কাশ্মীৰত ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখা সলনি নকৰে। দুয়োখন দেশে ইয়াক সন্মান কৰিব।

দুয়োখন দেশে ইজনে সিজনৰ বিৰুদ্ধে হিংসা, যুদ্ধ বা মিছা অপপ্ৰচাৰৰ আশ্ৰয় নল’ব, দুয়োখন দেশে শান্তিৰে জীয়াই থাকিব আৰু নিজৰ সম্পৰ্ক উন্নত কৰিব।

ভাৰতে ৯০ হাজাৰ পাকিস্তানী যুদ্ধবন্দীক মুকলি কৰি দি দখল কৰা ভূমি মুক্ত কৰে। পাকিস্তানেও কিছু ভাৰতীয় জোৱানক মুকলি কৰি দিয়ে।

এই চুক্তিৰ ফলত কাশ্মীৰৰ বিষয়টো আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাত বাধা আহিছিল। ভাৰতৰ যুক্তি হৈছে যে কাশ্মীৰৰ বিষয়টো ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয়।

Tags: IndiaPakistanShimla Agreement

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025