• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 17, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গ্ৰীষ্মকালত চকুৰ সংক্ৰমণৰ সম্ভাৱনা কিয় দ্ৰুতগতিত বৃদ্ধি পায়? কেনেদৰে আপুনি নিজকে সুৰক্ষিত কৰি ৰাখিব…

Nation NE by Nation NE
May 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰীষ্মকালত চকুৰ সংক্ৰমণৰ সম্ভাৱনা কিয় দ্ৰুতগতিত বৃদ্ধি পায়?  কেনেদৰে আপুনি নিজকে সুৰক্ষিত কৰি ৰাখিব…
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকালত বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকে। মূলতঃ এই ঋতুত চকুৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। প্ৰবল সূৰ্যৰ পোহৰ, ধূলি, ঘাম আৰু সংক্ৰমণ সৃষ্টিকাৰী ভাইৰাছ আৰু বেক্টেৰিয়াই একেলগে চকুৰ ক্ষতি কৰিব পাৰে। গ্ৰীষ্মকালত চকুৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে। এই বিষয়ে আমি ভালদৰে জানো আহক-

  • প্ৰবল সূৰ্যৰ পোহৰ আৰু UV ৰশ্মি

সূৰ্য্যৰ প্ৰবল ৰশ্মিয়ে চকুৰ সুক্ষ্ম ছাল আৰু ৰেটিনাৰ ক্ষতি কৰিব পাৰে। দীৰ্ঘদিন ধৰি UV ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে চকুৰ বিষ, শুকান আৰু সংক্ৰমণ হ’ব পাৰে।

  • ধূলি আৰু প্ৰদূষণ

গ্ৰীষ্মকালত বতাহত উৰি থকা ধূলি আৰু মলি চকুত প্ৰৱেশ কৰি বিৰক্তি, খজুৱতি আৰু ৰঙা পৰাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কনজাংটিভাইটিছ বা এলাৰ্জি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে।

  • ঘাম আৰু লেতেৰা হাতেৰে স্পৰ্শ কৰা

গ্ৰীষ্মকালত ঘামৰ বাবে আমি প্ৰায়ে হাত নোধোৱাকৈ চকুত চুই চাওঁ, যাৰ বাবে বেক্টেৰিয়া বা ভাইৰাছ চকুত পৰে।

  • দূষিত পানীৰ ব্যৱহাৰ

গৰমৰ দিনত সাঁতোৰ অধিক সাধাৰণ হৈ পৰে, আৰু ক্ল’ৰিনেটেড বা দূষিত পানী চকুত প্ৰৱেশ কৰি চকুৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।

সংক্ৰমণৰ পৰা চকু কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি-

  • UV protection থকা চশমাই চকুক সূৰ্যৰ পোহৰ আৰু ধূলিৰ পৰা ৰক্ষা কৰে। সংক্ৰমণ আৰু ক্লান্তিৰ পৰাও সকাহ দিয়ে।
  • হাত নোধোৱাকৈ চকু স্পৰ্শ বা ঘঁহিলে সংক্ৰমণ বিয়পি পৰাৰ এটা প্ৰধান কাৰণ।
  • দিনে ২-৩ বাৰ পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকু ধুলে সতেজ হয় আৰু লগতে মলিও আঁতৰ হয়।
  • আন কাৰোবাৰ ৰুমাল, টাৱেল বা কাজল ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত বেক্টেৰিয়া বিয়পে।
  • মোবাইল বা লেপটপত বহু সময় চাই থাকিলে চকু শুকাই যায়। প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে বিৰতি লব লাগে। এই নিয়মটো নিশ্চিতভাৱে মানি চলিব লাগে।
  • সাঁতুৰি অহাৰ পিছত লগে লগে পৰিষ্কাৰ পানীৰে চকু ধুব লাগে আৰু কোনো ধৰণৰ বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
Tags: EyeHealthHealthy life

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

December 17, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 17, 2025
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025