• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
26 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধ্বস্ত পাকিস্তানী সন্ত্ৰাসবাদী, ভাৰতীয় নাৰীৰ সেন্দুৰহীন কপালৰ প্ৰতিশোধৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে পোহনীয়া সন্ত্ৰাসবাদীক

Nation NE by Nation NE
May 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিধ্বস্ত পাকিস্তানী সন্ত্ৰাসবাদী, ভাৰতীয় নাৰীৰ সেন্দুৰহীন কপালৰ প্ৰতিশোধৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে পোহনীয়া সন্ত্ৰাসবাদীক
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতে পাকিস্তানৰ ৯টা স্থানত বিমান আক্ৰমণ চলায়। শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে সদ্য বিবাহিত মহিলাৰ স্বামীক হত্যা কৰাৰ বাবেই এই অভিযানৰ নাম ‘অপাৰেচন সেন্দুৰ’ ৰখা হয়।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতে পাকিস্তানৰ ৯টা স্থানত বিমান আক্ৰমণ চলায়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই অভিযানৰ নাম ৰখা হয় অপাৰেচন সিন্দুৰ। অপাৰেচন সিন্দুৰ নামটো কিয় ৰখা হ’ল সেই সন্দৰ্ভত মানুহে বিচাৰিছে। কিন্তু ইয়াৰ আঁৰত চৰকাৰৰ উদ্দেশ্য কি হ’ব পাৰে জানো আহক-

প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, পেহেলগামত সন্ত্ৰাসবাদীয়ে কিছুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা বহুকেইজনক হত্যা কৰিছিল। ভাৰতে এই মহিলাসকলৰ চকুত চকুলো দেখা পাইছিল আৰু তাৰ পিছত প্ৰতিটো চকুলোৰ হিচাপ লোৱা হ’ব বুলি প্ৰতিজ্ঞা কৰিছিল।

  • এইসকলৰ ভিতৰত আছিল ১৬ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱা গুৰুগ্ৰামৰ হিমাংশী নৰৱাল।তেওঁ স্বামী লেফটেনেণ্ট বিনয় নৰৱালৰ সৈতে হানিমুনলৈ গৈছিল যদিও সন্ত্ৰাসবাদীয়ে বিনয়ক হত্যা কৰে।
  • একেদৰে জয়পুৰৰ প্ৰিয়ংকা শৰ্মাৰ স্বামীকো হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। স্বামী ৰোহিতৰ সৈতে হানিমুন উদযাপন কৰিবলৈ পেহেলগামলৈ গৈছিল প্ৰিয়ংকা। আক্ৰমণৰ সময়ত গুলীচালনা কৰি ৰোহিতৰ থিতাতে মৃত্যু হয়। আহত প্ৰিয়ংকাক শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
  • শিমলাৰ বাসিন্দা অঞ্জলি ঠাকুৰ স্বামী বিবেক ঠাকুৰৰ সৈতে গৈছিল। তেওঁলোকৰো বিবাহ হৈছিল চলিত বৰ্ষৰ ১২ এপ্ৰিলত। বিবেক আৰু অঞ্জলি পহলগামত ট্ৰেকিং কৰিবলৈ গৈছিল যদিও সন্ত্ৰাসবাদীয়েও তেওঁলোকক ৰেহাই নিদিয়ে। অঞ্জলি কেনেবাকৈ বাচি গ’ল। পিছত অঞ্জলিয়ে কয়, “আমাৰ জীৱন আৰম্ভ হোৱাৰ আগতেই শেষ হৈ গ’ল’।
  • পুনেৰ বাসিন্দা স্নেহা পাটিলে স্বামী অমিত পাটিলৰ সৈতে হানিমুনলৈ গৈছিল। ১০ এপ্ৰিলত তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিলয। অমিত আৰু স্নেহাই পেহেলগামৰ সৌন্দৰ্য উপভোগ কৰি থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। হস্পিতালত স্নেহাই কয় যে, সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ পৰা সকলো কাঢ়ি লৈ যায়।
Tags: IndiaPakistanWar

Related Posts

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…
Top News

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025

শীৰ্ষ সংবাদ

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025