• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

Nation NE by Nation NE
May 8, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ আপোনাৰ আজি ৰুচিৰ পৰিণাম দেখিবলৈ পাব ৷ প্ৰশংসিত হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷

বৃষ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ জীৱনত সফলতা পাব ৷

মিথুন ৰাশি : আপুনি শান্ত বা মধুৰ বাক্য শুনোতাসকলৰ পৰা উৎসাহিত হʼব ৷ আজি ধ্যান বা যোগ কৰা ভাল ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷

কৰ্কট ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷

সিংহ ৰাশি : আজি আপোনাৰ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷

কন্যা ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক, লাভবান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ তথাপিও আপোনাৰ প্ৰায় ভাল হʼব ৷

তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷

বৃশ্চিক ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কার্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

ধনু ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক, লাভবান হ’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ৷

মকৰ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ কৰিব ৷

কুম্ভ ৰাশি : আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে-সিজনক কপোৰ বা আন উপহাৰ দিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন গাড়ী ক্ৰয় কৰাৰ যোগ আছে ৷

মীন ৰাশি : নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷

Tags: #AssamDaily HororscopeHoroscope

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Top News

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

October 23, 2025
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025