• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

Nation NE by Nation NE
May 10, 2025
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব। আপোনাৰ আজি প্ৰায় ভাল হʼব। খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব।

বৃষ ৰাশি : আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন। আজি আপোনাৰ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব।

মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব। প্ৰশংসা লাভ হʼব। কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব। আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব।

কৰ্কট ৰাশি : এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক, অন্যথা আপুনি দূৰ্বল আৰু কম কাৰ্যক্ষম অনুভব কৰিব, যাৰ ফল আপুনি মানসিকভাবে উপলব্ধি কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদ্বন্দ্বীসকলৰ পৰা আতঁৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হʼব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

সিংহ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। আৰ্থিক ক্ষেত্ৰত ভাল।

কন্যা ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ।

তুলা ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । তেওঁলোকৰ পৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্কৰ আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে । আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

বৃশ্চিক ৰাশি : যুৱক-যুৱতীৰ লগত ভাল দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব । বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব । আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।

ধনু ৰাশি : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে, যাৰবাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ।

মকৰ ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কুম্ভ ৰাশি : আজি দিনটো আপোনাৰ টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব । পইচা জমা কৰক । আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে । গ্ৰহ-নক্ষত্ৰবোৰ ভাল । কর্ম-ব্যৱসায়ত ভাল, লক্ষ্য সফল হʼব ।

মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025