• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 16, 2025
28 °c
Guwahati
24 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আমেৰিকালৈ ভাৰতৰ শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ! দাবী উত্থাপন কৰি ড’নাল্ড ট্ৰাম্পে কয়…

      Nation NE by Nation NE
      May 16, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?
      Share on FacebookShare on TwitterWhatsApp

      কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছিল। এতিয়া ট্ৰাম্পে আন এক দাবী উত্থাপন কৰিছে। তেওঁ কয় যে ভাৰতে আমেৰিকাক শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ দিছে।

      আমেৰিকাই ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল। ইয়াৰ পিছত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়া ট্ৰাম্পে আন এক চাঞ্চল্যকৰ দাবী কৰিছে।

      এক প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে ১৫ মে’ কয় যে ভাৰতে আমেৰিকাক শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ দিছে। ভাৰতত যিকোনো বস্তু বিক্ৰী কৰাটো অতি কঠিন, কিন্তু ভাৰতে ৱাশ্বিংটনৰ সৈতে শূন্য শুল্ক বাণিজ্যিক চুক্তি কৰিবলৈ সাজু। ইফালে ড’নাল্ড ট্ৰাম্পে ৯ এপ্ৰিলত মুক্তি দিৱস উপলক্ষে ভাৰতকে ধৰি বহু দেশত শুল্ক ঘোষণা কৰিছিল।

      ভাৰতৰ অপাৰেচন সেন্দুৰৰ পিছত পাকিস্তানে আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে। ড্ৰোন আৰু মিছাইলেৰে বহু চহৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও অৱশেষত বিফল হয় পাকিস্তানৰ সকলো অপচেষ্টা। ভাৰতে ইয়াৰ প্ৰতিশোধ লৈ পাকিস্তানৰ বিস্তৰ ক্ষতিসাধন কৰে।

      ইফালে ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ সৈতে যুদ্ধ সন্দৰ্ভত আলোচনা কৰে। ট্ৰাম্পে সমগ্ৰ বিশ্বৰ সন্মুখত দাবী কৰে যে ভাৰত-পাকিস্তান যুদ্ধবিৰতি সন্দৰ্ভত হোৱা আলোচনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

      আমেৰিকাই চীনৰ ওপৰত ১৪৫ শতাংশ শুল্ক আৰোপ কৰিছে। আনহাতে ভিয়েটনামৰ ওপৰতো ৪৬ শতাংশ শুল্ক আৰোপ কৰিছে। অৱশ্যে ভিয়েটনামক ৯০ দিনৰ ৰেহাই দিছে ট্ৰাম্পে। আমেৰিকাৰ ট্ৰাম্প চৰকাৰে বৰ্তমান অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ওপৰত মাত্ৰ ১০ শতাংশ শুল্কহে ৰাখিছে।

      Tags: AmericaIndiatax

      Related Posts

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা
      Top News

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

      May 16, 2025
      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…
      Top News

      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…

      May 16, 2025
      ভৱিষ্যতে ‘গাধ অৰ্থনীতি’ মেৰুদণ্ড হৈ পৰিব নেকি পাকিস্তানৰ?
      Top News

      ভৱিষ্যতে ‘গাধ অৰ্থনীতি’ মেৰুদণ্ড হৈ পৰিব নেকি পাকিস্তানৰ?

      May 16, 2025
      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি
      Top News

      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি

      May 16, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      May 16, 2025
      গাজাত ইজৰাইল সেনাৰ ভয়ংকৰ আক্ৰমণ; ৪৪ জন লোকৰ মৃত্যু
      Top News

      যুদ্ধ বিধ্বস্ত গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; ৮২ জন লোকৰ মৃত্যুৰ দাবী

      May 15, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist