• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
27 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

Nation NE by Nation NE
May 16, 2025
in Top News, অসম
0 0
পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা
Share on FacebookShare on TwitterWhatsApp

চিৰবৈৰী পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল এগৰাকী প্ৰবক্তা। প্ৰবক্তাগৰাকীক কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে হোৱা সংঘৰ্ষৰ পিছতেই তুৰ্কীয়ে পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত কৰা পোষ্ট শ্বেয়াৰ কৰি ৰঙা ঘৰৰ আলহী হ’ল গোসাইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা জয়নাল আবেদিন।

প্ৰবক্তা গৰাকী গোসাঁইগাঁৱৰ নিবাসী তথা গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী। বৰ্তমান গোসাঁইগাঁও আৰক্ষীয়ে প্ৰবক্তাগৰাকীক সোধা-পোচা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পিছতে তুৰ্কীয়ে জাহাজ আৰু হাৰকিউলিছ বিমানৰ জৰিয়তে সহায় কৰিছিল পাকিস্তানক। এই পদক্ষেপৰ পিছতে ভাৰতত ক্ৰমাত তুৰ্কীৰ বিৰুদ্ধে বৃদ্ধি পাইছে ক্ষোভ। ইতিমধ্যে সামাজিক মাধ্যমত আৰম্ভ হৈছে ‘বয়কট তুৰ্কী’ ট্ৰেণ্ড।

পাকিস্তানৰ সমান্তৰালকৈ ভাৰত বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত তুৰ্কীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কঠোৰ পদক্ষেপ সমূহ হৈছে-

তুৰ্কী আপেল বৰ্জন ভাৰতীয় ব্যৱসায়ীৰ

ভাৰতীয়ৰ তুৰ্কী ভ্ৰমণ বৰ্জন

তুৰ্কী বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল জে এন ইউৰ। এতিয়াৰে পৰা জে এন ইউত শিকোৱা নহ’ব তুৰ্কী ভাষা।

ইয়াৰ উপৰি ব্যৱসায়ীক ক্ষেত্ৰতো আন আন কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

Tags: Assam PoliceFacebookGossaigaonKokrajharSocial Media

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

মুখ্যমন্ত্ৰী সন্দৰ্ভত সমস্যাৰ সৃষ্টি বিজয়ৰ! ১০৭ জন বিধায়কৰ সমৰ্থন, কিন্তু ৰাজ্যপালে ক’লে এই কথা…

May 7, 2026
আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি
Top News

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

May 7, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026

শীৰ্ষ সংবাদ

মুখ্যমন্ত্ৰী সন্দৰ্ভত সমস্যাৰ সৃষ্টি বিজয়ৰ! ১০৭ জন বিধায়কৰ সমৰ্থন, কিন্তু ৰাজ্যপালে ক’লে এই কথা…

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025