• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

Nation NE by Nation NE
May 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পশ্চিম এছিয়া ভ্ৰমণৰ সামৰণিৰ পিছতেই গাজাত ইজৰাইলৰ আক্ৰমণত ১০৮ জন লোক নিহত হোৱাৰ লগতে আহত হয় বহুলোক। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে বিমান আক্ৰমণত ২৭ গৰাকী মহিলা আৰু ৩১ গৰাকী শিশু নিহত হোৱাৰ লগতে আহত হয় শতাধিক লোক।

শুকুৰবাৰে ইজৰাইলে য়েমেনৰ দুটা বন্দৰত আক্ৰমণ কৰে, যিবোৰ বন্দৰ হাউথী বিদ্ৰোহী সংগঠনে অস্ত্ৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰি আছে বুলি জনায়। ১৫ মে’ৰ নিশাৰ পৰা ১৬ মে’ৰ  পুৱালৈকে ডেইৰ আল বালাহৰ বাহিৰৰ অঞ্চল আৰু খান ইউনিছ চহৰত সংঘটিত হয় এই আক্ৰমণ। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, শতাধিক লোক আহত হয়।

১৬ মে’ত ইজৰাইলে গাজাত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু বিগত দিনটোত ১৫০ টা লক্ষ্যত আক্ৰমণ চলাইছে বুলি জানিবলৈ দিয়ে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ১৬ মে’ৰ পুৱালৈকে এই আক্ৰমণ অব্যাহত থকাৰ বাবে জাবালিয়া শৰণাৰ্থী শিবিৰ আৰু বেইট লাহিয়া চহৰৰ পৰা পলায়ন কৰিবলগীয়া হয়।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পূৰ্বৰ আক্ৰমণত ১৩০ জনতকৈ অধিক লোক নিহত হৈছিল। য়েমেনত সংঘটিত আক্ৰমণৰ পিছত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ তাৎক্ষণিকভাৱে পোৱা হোৱা নাই। হুথী চেটেলাইট চেনেল আল-মছিৰাহে এই আক্ৰমণৰ কথা স্বীকাৰ কৰে যদিও আন কোনো সবিশেষ প্ৰকাশ কৰা নাই। ইজৰাইলৰ সেনাই কয় যে, ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত য়েমেনৰ পৰা ইজৰাইলৰ আকাশমাৰ্গ অভিমুখে নিক্ষেপ কৰা কেইবাটাও ক্ষেপণাস্ত্ৰ বাধাগ্ৰস্ত কৰিছিল।

ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে হামাছক নিৰ্মূল কৰাৰ লক্ষ্যত উপনীত হ’বলৈ গাজাত আক্ৰমণ তীব্ৰতৰ কৰিব বুলি উল্লেখ কৰিছে। মঙলবাৰে জাৰি কৰা এক বিবৃতিত, নেতান্যায়াহুৱে কয় যে তেওঁৰ ইজৰাইলী বাহিনীয়ে কেইদিনমানৰ ভিতৰতে পূৰ্ণ শক্তিৰে গাজাত প্ৰৱেশ কৰি মিছন সম্পূৰ্ণ কৰিব, অৰ্থাৎ হামাছ ধ্বংস কৰিব।

উল্লেখ্য যে, ইজৰাইল আৰু গাজাৰ মাজত এই যুদ্ধ আৰম্ভ হৈছিল ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা, যেতিয়া হামাছৰ নেতৃত্বত সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত অনুপ্ৰৱেশ কৰি ১২০০ জন লোকক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ব্যাপক সামৰিক অভিযান আৰম্ভ কৰে য’ত গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে ৫৩ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে। ইয়াৰ ভিতৰত আছে বৃহৎ সংখ্যক মহিলা আৰু শিশু।

ইয়াৰে ১৮ মাৰ্চত যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছে।৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্ৰমণৰ সময়ত লোৱা প্ৰায় ২৫০ জন লোকৰ ভিতৰত হামাছে এতিয়াও ৫৮ জনক পণবন্দী কৰি ৰাখিছে। ইয়াৰে ২৩ জন এতিয়াও জীয়াই থকা বুলি অনুমান কৰা হৈছে।

Tags: GAZAIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025