• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত জৰুৰীকালীন পৰিস্থিতি, সেনা প্ৰধানৰ জৰুৰী বৈঠকৰ আহ্বান

Nation NE by Nation NE
May 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু সেনা প্ৰধান ৱাকাৰ-উজ-জামানুছৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। প্ৰতিবেদন অনুসৰি, সেনা প্ৰধানগৰাকীয়ে তাৎক্ষণিকভাৱে এখন ডাঙৰ বৈঠক আহ্বান কৰিছে যাতে ভৱিষ্যতে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা ৰচনা কৰিব পৰা যায়।

বাংলাদেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ চৰ্ত সৃষ্টি হৈছে নেকি সেই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেনা প্ৰধানগৰাকীয়ে যথাসম্ভৱ সোনকালে নিৰ্বাচন ঘোষণা কৰিবলৈ ইউনুছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। তেওঁলোকৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে বিদেশী হস্তক্ষেপৰ বাবে দেশত অস্থিৰতাৰ সম্ভাৱনা, কিয়নো ইউনুছক বহুতে বিদেশী সংস্থাৰ পুতলা হিচাপে গণ্য কৰে।

সূত্ৰ অনুসৰি, ৱাকাৰ-উজ-জামানে শ্বেখ হাছিনা আৰু খালেদা জিয়াৰ দলক একত্ৰিত কৰিব বিচাৰে। লগতে তেওঁলোকৰ উদ্দেশ্য হৈছে তেওঁলোকক নিৰ্বাচনত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগোৱা। ইফালে ইউনুছ চৰকাৰৰ কার্যবাহী আদেশৰ জৰিয়তে বন্দীসকলক মুকলি কৰি দিয়াটোৱেও সামৰিক বাহিনীত উদ্বেগ সৃষ্টি কৰিছে।

এক প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বেও সেনা প্ৰধানৰ ঘনিষ্ঠ সূত্ৰই কৈছিল যে বাংলাদেশী সেনা ৱাকাৰ-উজ-জামানৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত। আনহাতে, ইউনুছক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিযুক্তি দিয়াৰ ফলত সেনাবাহিনীত বিভাজনৰ আশংকা বৃদ্ধি পাইছে। বিশেষ কথাটো হ’ল সেনা প্ৰধানৰ অনুপস্থিতিত এই নিযুক্তি দিয়া হৈছিল।

জেনেৰেল ৱাকাৰ-উজ-জামানক এজন মতাদৰ্শগত কেন্দ্ৰীয়তাবাদী বুলি গণ্য কৰা হয়, যিয়ে অনুভৱ কৰে যে ইউনুছৰ নীতিয়ে দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। জনা যায় যে, চীনৰ সৈতে অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক ‘লেণ্ডলক’ আখ্যা দি ইউনুছে বিতৰ্কিত বক্তব্য দিছিল, যাৰ ফলত ভাৰতৰ সৈতে সম্পৰ্কত উত্তেজনা সৃষ্টি হৈছিল। তদুপৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ হস্তক্ষেপ আৰু ইউনুছ চৰকাৰৰ একাংশ বিষয়াৰ সৈতে তেওঁৰ বৈঠকে অনাস্থা আৰু অধিক গভীৰ কৰি তুলিছিল।

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025