• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      Nation NE by Nation NE
      May 22, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : আজি দিনটো আপোনাৰ টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব । পইচা জমা কৰক । আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে । গ্ৰহ-নক্ষত্ৰবোৰ ভাল । কর্ম-ব্যৱসায়ত ভাল, লক্ষ্য সফল হʼব ।

      বৃষ ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ।

      মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব। প্ৰশংসা লাভ হʼব। কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব। আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব।

      কৰ্কট ৰাশি : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে, যাৰবাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ।

      সিংহ ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ।

      কন্যা ৰাশি : এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক, অন্যথা আপুনি দূৰ্বল আৰু কম কাৰ্যক্ষম অনুভব কৰিব, যাৰ ফল আপুনি মানসিকভাবে উপলব্ধি কৰিব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

      তুলা ৰাশি : আজিৰ দিনটো আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিন। আজি আপোনাৰ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব।

      বৃশ্চিক ৰাশি : যুৱক-যুৱতীৰ লগত ভাল দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব । বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব । আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।

      ধনু ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব। আপোনাৰ আজি প্ৰায় ভাল হʼব। খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব।

      মকৰ ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । প্ৰত্যেক সম্পৰ্কৰ আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ।

      কুম্ভ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। আৰ্থিক ক্ষেত্ৰত ভাল।

      মীন ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
      Top News

      July 9, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 9, 2025
      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      শীৰ্ষ সংবাদ

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist