• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 22, 2025
29 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

    জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    ভাৰতক স্পৰ্শ কৰাৰ পূৰ্বে ১৪ জনম ল’ব লাগিব বাংলাদেশে : হিমন্ত বিশ্ব শৰ্মা

    কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

    থাইৰয়ডৰ সমস্যাত ভুগিলে কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে, জানক সবিশেষ

    কেবিনেটৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল, জানক সবিশেষ…

    কামপুৰত ভয়ংকৰ কাণ্ড, পৰকীয়া প্ৰেমৰ বাবেই এই কাণ্ড কৰিলে নেকি স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আকৌ এবাৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে, এটাও গজাল ব্যৱহাৰ নকৰাকৈ এখন বিশাল জাহাজ নিৰ্মাণ

      Nation NE by Nation NE
      May 22, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      আকৌ এবাৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে, এটাও গজাল ব্যৱহাৰ নকৰাকৈ এখন বিশাল জাহাজ নিৰ্মাণ
      Share on FacebookShare on TwitterWhatsApp

      অপাৰেচন সেন্দুৰৰ সময়ত চীনৰ অস্ত্ৰৰ শক্তিৰ প্ৰতি থকা গৌৰৱ ছিন্ন-ভিন্ন হৈ পৰিছিল। কিন্তু চীনে এতিয়াও নতুন অস্ত্ৰ বিষয়ে ঘোষণা কৰি বিশ্বক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে।

      এতিয়া চীনে এখন উন্নত ড্ৰোন মাদাৰশ্বিপ নিৰ্মাণ কৰা বুলি দাবী কৰিছে। যিয়ে একেলগে ১০০ টা আত্মঘাতী ড্ৰোন নিক্ষেপ কৰি শত্ৰুৰ বায়ু প্ৰতিৰক্ষাক বিভ্ৰান্ত কৰিব পাৰে।

      চীনে এই প্ৰযুক্তি ব্যৱহাৰ কৰি শত্ৰুৰ নিৰাপত্তা ব্যৱস্থাক লক্ষ্য কৰি ল’ব বিচাৰিছে। চীনৰ এই ড্ৰোন এখন মানৱবিহীন বিমান। অৰ্থাৎ ইয়াক চলাবলৈ কোনো পাইলটৰ প্ৰয়োজন নাই। কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলে ইয়াক অতি লেহেমীয়া বুলি অভিহিত কৰিছে। যাৰ বাবে ইয়াক লক্ষ্য কৰি লোৱাটো সহজ, ঠিক যেনেকৈ চীনৰ ক্ষেপণাস্ত্ৰ বিকল হৈছিল। এই ড্ৰোন মাদাৰশ্বিপকো সহজেই টাৰ্গেট কৰিব পাৰি।

      কিন্তু ভাৰতৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলিয়ে প্ৰতিটো পৰীক্ষাটেই নিজৰ সফলতা দেখুৱাবলৈ সক্ষম হৈছে। এইয়া কেৱল অপাৰেচন সেন্দুৰৰ কথায়েই নহয়। পঞ্চম শতিকাতো ভাৰত ইমানেই উন্নত আছিল।

      শতিকা পুৰণি ভাৰতীয় প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আই এন এছ ভি কৌণ্ডিনিয়া। ইয়াত এটাও গজাল ব্যৱহাৰ কৰা হোৱা নাই।

      পৃথিৱীত ইমান পুৰণি জাহাজৰ মডেল নাই। সেয়ে অজন্তা গুহাৰ পৰা এখন ছবি চাই সমগ্ৰ জাহাজখন নিৰ্মাণ কৰা হৈছে। কেৰালাৰ পৰম্পৰাগত শিপিনীসকলে নিজ হাতেৰে প্ৰস্তুত কৰিছে। পৃথিৱীৰ কোনো নৌসেনাৰ এনে জাহাজ হয়তো নাই। এই জাহাজখন গুজৰাটৰ পৰা ওমানলৈ প্ৰথম যাত্ৰাত প্ৰেৰণ কৰা হ’ব।

      এই প্ৰাচীন জাহাজখনৰ পাল বৰ্গক্ষেত্ৰ আৰু কাঠৰ খোলাৰে নিৰ্মিত। যি হাতেৰে চলোৱা পেডেলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কেৰেলাৰ শিপিনীসকলে এই জাহাজৰ কাঠৰ তক্তাবোৰ ৰছীৰে চিলাই কৰি প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত ইয়াক নাৰিকল আঁহ আৰু মাছৰ তেলেৰে পানী নোসোমাব পৰা কৰি তোলা হৈছিল, অৰ্থাৎ এই জাহাজখনত এটাও গজাল ব্যৱহাৰ কৰা হোৱা নাছিল। প্ৰাচীন ভাৰতত জাহাজ এনেদৰে নিৰ্মাণ কৰা হৈছিল।

      এই জাহাজখনৰ ডিজাইন পৰীক্ষা কৰিবলৈ নৌসেনাই আই আই টি মাদ্ৰাজৰ সহায় লৈছিল। ইয়াৰ পিছত ইয়াক নৌসেনাত অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজখনে এতিয়া বহু ঠাইলৈ যাত্ৰা কৰিব। তাতো বিশ্বই দেখা পাব ভাৰতৰ গৌৰৱময় পৰম্পৰা। লগতে জানিব পাৰিব প্ৰাচীন কালত বিশ্বৰ চতুৰ্থ শক্তিশালী সেনাবাহিনী থকা এই দেশখন কিমান উন্নত আছিল।

      Tags: hugeIndiawooden ship

      Related Posts

      আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড
      Top News

      আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড

      May 22, 2025
      মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা
      BIG BREAKING

      মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

      May 22, 2025
      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ
      Top News

      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

      May 22, 2025
      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      শীৰ্ষ সংবাদ

      আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড

      মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist