• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 1, 2025
28 °c
Guwahati
28 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

    নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

    নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!

      Nation NE by Nation NE
      May 30, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Share on FacebookShare on TwitterWhatsApp

      ২৯ মে’ত হোৱাইট হাউছে নিশ্চিত কৰে যে ইজৰাইলে গাজাত ৬০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অৱশ্যে ইজৰাইলী সেনাৰ সামৰিক অভিযান বৰ্তমানেও অব্যাহত আছে গাজাত।

      হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে এক সংবাদমেলত কয় যে, আমেৰিকাৰ বিশেষ মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফ আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই প্ৰস্তাৱ হামাছলৈ প্ৰেৰণ কৰিছে, যিটো ইজৰাইলে ইতিমধ্যে সমৰ্থন কৰিছে।

      খবৰ অনুসৰি, ইজৰাইলে ইতিমধ্যে এই প্ৰস্তাৱত সন্মতি দিছে, তাৰ পিছতহে এই প্ৰস্তাৱ হামাছলৈ প্ৰেৰণ কৰা হৈছিল। কেৰ’লিন লেভিটে কয় যে, তেওঁলোকে আশা কৰিছে যে গাজাত অতি সোনকালে যুদ্ধবিৰতি হ’ব যাতে সকলো পণবন্দীক নিৰাপদে ঘূৰাই আনিব পৰা যায়। তেওঁ লগতে কয় যে, এই প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে, গতিকে ইয়াৰ সৈতে জড়িত অধিক তথ্য প্ৰকাশ কৰা নহ’ব।

      এক প্ৰতিবেদন অনুসৰি, সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি এই প্ৰস্তাৱত ৬০ দিনৰ যুদ্ধবিৰতিৰ লগতে ১০ জন জীৱন্ত পণবন্দীক মুকলি কৰি দিয়াৰ লগতে ১৮ জন মৃত পণবন্দীৰ অৱশিষ্ট ঘূৰাই অনাৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে।

      আনহাতে, হামাছে নিশ্চিত কৰিছে যে তেওঁলোকে এই নতুন যুদ্ধবিৰতিৰ প্ৰস্তাৱ মধ্যস্থতাকাৰীৰ জৰিয়তে লাভ কৰিছে আৰু ইয়াৰ জ্যেষ্ঠ নেতাসকলে ইয়াক বিবেচনা কৰি আছে।

      হামাছে এক বিবৃতিত কয় যে,  হামাছৰ নেতাসকলে মধ্যস্থতাকাৰীৰ জৰিয়তে ষ্টিভ উইটকফৰ নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু গাজা ষ্ট্ৰিপত সকাহ প্ৰদান আৰু স্থায়ী যুদ্ধবিৰতি নিশ্চিত কৰাৰ লক্ষ্যৰে তেওঁলোকৰ জনসাধাৰণৰ স্বাৰ্থত ইয়াৰ ওপৰত গুৰুত্বসহকাৰে অধ্যয়ন কৰি আছে।

      Tags: GAZAIsraelWar

      Related Posts

      চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে
      Top News

      June 1, 2025
      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট
      Top News

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

      June 1, 2025
      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      June 1, 2025
      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ
      Top News

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      June 1, 2025
      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য
      Top News

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      June 1, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist