• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE by Nation NE
      June 4, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব। আপোনাৰ খেলিমেলি হʼব পাৰে। কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব। এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব।

      বৃষ ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে। হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে। নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত।

      মিথুন ৰাশি : আজি বিয়া আৰু সংযোগত সফল হʼব। প্ৰেমৰ সম্পর্ক ভাল হʼব। বিবাহিতৰ বাবে ভাল দিন। আজি ৰোমাঞ্চকৰ মন হৈ পৰিব। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত। সন্ধিয়া মানসিক চিন্তা হʼব পাৰে।

      কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে; ই অতি শক্তিশালী বান্ধোন হৈ পৰাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দ উপভোগ কৰক। নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন নহয়।

      সিংহ ৰাশি : হতাশা নহʼব, পুনৰ চেষ্টা কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব। ধৈৰ্যশীল হওক লাভবান হ’ব। আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে। কর্ম শান্ত হৈ থাকি কৰিব।

      কন্যা ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব। বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব পৰিয়ালৰ লগত। আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব।

      তুলা ৰাশি : আজি বহুত লাভ হʼব। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

      বৃশ্চিক ৰাশি : আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব। পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক। আবেলি কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত। খৰচ বৃদ্ধি হʼব পাৰে।

      ধনু ৰাশি : আজি বিয়া আৰু সংযোগত সফল হʼব। প্ৰেমৰ সম্পর্ক ভাল হʼব। শিক্ষাৰ্থী, সাহিত্যিকৰ বাবে ভাল দিন। বন্ধুৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

      মকৰ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব।

      কুম্ভ ৰাশি : দিনটো ভাল সফল হʼব। আপোনাৰ নতুন সক্ৰিয় অনুভৱ হʼব। আপোনাৰ পৰিশ্ৰমৰ ভাল লক্ষ্য সফল হʼব। আপুনি নিজৰ প্ৰেমৰ লগত কটাব।

      মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব। আবেলি প্ৰায় ভাল হʼব। ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব। অধিক ধন উপাৰ্জন কৰিব পাৰিব।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
      Top News

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      July 22, 2025
      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…
      Top News

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      July 22, 2025
      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…
      Top News

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      July 22, 2025
      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত
      Top News

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      July 22, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 22, 2025
      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
      Top News

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      July 21, 2025

      শীৰ্ষ সংবাদ

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP