• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 4, 2026
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…

Nation NE by Nation NE
June 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ ৰাজা ৰঘুবংশী হত্যা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে গাজীপুৰ ৱান ষ্টপ চেণ্টাৰত পত্নী সোণম ৰঘুবংশীক জেৰা কৰি আছে।

পিছে সোনম আৰু ৰাজা নিৰুদ্দেশ হোৱাৰ ১২ ঘন্টা আগে আগে মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীয়ে কি কৈছিল সেয়া জানো আহক-

২০২৫ চনৰ ১১ মে’ত বিবাহপাশত আবদ্ধ হোৱা ৰাজা আৰু সোণম ২০ মে’ত হানিমুনৰ বাবে মেঘালয়ত উপস্থিত হৈছিল।২১ মে’ত শ্বিলঙৰ এটা অতিথিশালাত তেওঁলোকে আশ্ৰয় লৈছিল। ২২ মে’ত এখন স্কুটি ভাড়া কৰি সোহৰালৈ ৰাওনা হয় দুয়ো।

ইষ্ট খাছি পাহাৰৰ মাওলাখিয়াট গাঁৱত স্কুটিখন ৰখাই দিয়াৰ পাছত গাইড ভকুপাৰ ভানছাইক নিয়োগ কৰি নঙৰিয়াট গাঁৱৰ শিপ্ৰা হোমষ্টেলৈ লৈ যায়। ভাকুপাৰে কয় যে, ২২ মে’ত বিয়লি ৩:৩০ বজাত তেওঁক ফোন কৰিছিল। তেওঁ দুয়োকে নংৰিয়াটলৈ লৈ গৈছিল, য’ত তেওঁলোকে ৩ হাজাৰ চিৰি নামিব লগা হৈছিল।

হোমষ্টেৰ মালিক ছিয়াণ্টি সোখলেটে কয় যে, “২২ মে’ত ৰাজা আৰু সোণম গাইড লৈ আহিছিল প্ৰায় ৫ বজাত।তেওঁ দুয়োকে কোঠাটো দেখুৱাই দি, ভাড়া আৰু গাইডৰ মাচুলৰ বিষয়ে আলোচনা কৰে। কিন্তু পিছদিনাৰ বাবে গাইড ল’বলৈ অস্বীকাৰ কৰে।

২২ মে’ত দম্পতীহালৰ সৈতে থকা গাইড এলবাৰ্ট পিডিয়ে আৰক্ষীক জনোৱা মতে, “২৩ মে’ত ৰাতিপুৱা ১০ বজাত ৰাজা আৰু সোণমক ৩ হাজাৰ খোজ মাউলাখিয়াতৰ দিশে বগাই যোৱা দেখিছে। তেওঁলোকৰ লগত ৩জন মানুহ আছিল, যাক তেওঁ পৰ্যটক বুলি ধৰি লৈছিল। চাৰিওজন লোকে হিন্দী ভাষাত কথা পাতি আছিল, কিন্তু তেওঁ কেৱল খাছী আৰু ইংৰাজী ভাষাত কথা পাতিছিল।

২৪ মে’ত ছ’হৰিমত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল দম্পতীহালৰ স্কুটি। যোৱা ২ জুনত ৱেই ছ’ডং জলপ্ৰপাতৰ সমীপত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল, যিটো তেওঁৰ টেটুৰ দ্বাৰা চিনাক্ত হৈছিল। আৰক্ষীয়ে এটা তেজৰ দাগ থকা চাৰ্ট, এখন দা (স্থানীয় কটাৰী) আৰু এটা ভঙা মোবাইলৰ স্ক্ৰীণো উদ্ধাৰ কৰে। সোনম ১৭ দিন নিৰুদ্দেশ হৈ থকাৰ বাবে অপহৰণ আৰু সৰবৰাহৰ সন্দেহৰ সৃষ্টি হয়।

পূৰ্বতে ৰাজাৰ পৰিয়ালে চিবিআইৰ তদন্ত বিচাৰিছিল যদিও সোণমৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগত তেওঁলোক আচৰিত হৈছে। সোণমক অভিযুক্ত হিচাপে মানি ল’বলৈ অস্বীকাৰ কৰিছে ৰাজাৰ ভাতৃয়ে।

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আৰক্ষীক প্ৰশংসা কৰিছে। কিন্তু সোণমৰ পিতৃয়ে মেঘালয় আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ ভাষ্যক মিছা বুলি অভিহিত কৰিছে। বহু প্ৰশ্নৰ উত্তৰ এতিয়াও বাকী আছে। আৰক্ষীয়ে সোণমৰ পৰা হত্যাৰ আঁৰৰ উদ্দেশ্য জানিবলৈ চেষ্টা চলাইছে। এই ভয়ংকৰ হানিমুন হত্যাকাণ্ডৰ গোচৰটোৱে আৰু অধিক গোপনীয়তা প্ৰকাশ কৰিব।

Tags: CasesonamUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 4, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

April 3, 2026
বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা,  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’
Top News

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

April 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 3, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025