• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      June 10, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। বন্ধুৰ লগত পার্টী হʼব পাৰে। শিক্ষাৰ্থীৰ বাবে ভাল দিন। পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল।

      বৃষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব।

      মিথুন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব। দিনটো আনন্দময় হʼব। কথাবোৰ ভালদৰে চিন্তা কৰিব। মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক।

      কৰ্কট ৰাশি :কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে । মানসিক চিন্তা থাকিব । মন অস্থিৰ হৈ থাকিব । পাৰিবাৰিক বিবাদ এৰাই চলক । বিশ্ৰাম লওঁক ।

      সিংহ ৰাশি :ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব । কাৰ্য কৰিবলৈ ভাগৰি পৰিব । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।

      কন্যা ৰাশি : আঁকোৰগোজ হোৱাটো ভাল নহয় আৰু অলপতে খং কৰাটোও ভাল নহয়। গোটেই দিনটো আপুনি অসংখ্য প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীনত হব পাৰে। আত্মবিশ্বাসী হৈ থকাটো আপোনাৰ বাবে ভাল, কিন্তু অহংকাৰী হ’লে বেয়া হ’ব। ব্যয় অধিক হ’লেও ধৰ্মীয় বা সামাজিক কাৰণত খৰচ কৰাৰ পৰা দূৰত নাথাকিব। স্বাস্থ্যক লৈ সজাগ থাকক।

      তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন। চিন্তাধাৰাবোৰ ভাল হʼব। জীৱনত ভাল পদোন্নতি হʼব পাৰে। প্ৰশংসা লাভ।

      বৃশ্চিক ৰাশি : দিনটো ভাল। প্ৰতিভা দেখুৱাব। প্ৰেমৰ সম্পর্ক ভাল হʼব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব।

      ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব। কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱন ভাল। কৰ্ম জীৱনত ভাল বন্ধু লাভ।

      মকৰ ৰাশি : এই সপ্তাহত আইনী দলিলত খৰচ বৃদ্ধি হʼব পাৰে। চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব। টকা-পইচা অনিশ্চিত হʼব পাৰে। খৰচ বৃদ্ধি হʼব পাৰে। কৰ্ম-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল।

      কুম্ভ ৰাশি : গ্ৰহৰ অৱস্থান অনুকূল। আজি আত্মবিশ্বাসী আৰু সুদৃঢ় মানসিকতা লৈ থাকিব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ। সুস্বাদু আহাৰ খাব পাৰে। দাম্পত্য সুখৰ যোগ।

      মীন ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব। পুৰণি কৰ্মত সফল হʼব। পুৰণি বিবাদবোৰ অন্ত কৰিবলৈ চেষ্টা কৰক।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
      Top News

      July 26, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025

      শীৰ্ষ সংবাদ

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist