• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
20 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
June 13, 2025
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। বন্ধুৰ লগত পার্টী হʼব পাৰে। শিক্ষাৰ্থীৰ বাবে ভাল দিন। পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল।

বৃষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব।

মিথুন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব। দিনটো আনন্দময় হʼব। কথাবোৰ ভালদৰে চিন্তা কৰিব। মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক।

কৰ্কট ৰাশি :কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে । মানসিক চিন্তা থাকিব । মন অস্থিৰ হৈ থাকিব । পাৰিবাৰিক বিবাদ এৰাই চলক । বিশ্ৰাম লওঁক ।

সিংহ ৰাশি :ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব । কাৰ্য কৰিবলৈ ভাগৰি পৰিব । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।

কন্যা ৰাশি : আঁকোৰগোজ হোৱাটো ভাল নহয় আৰু অলপতে খং কৰাটোও ভাল নহয়। গোটেই দিনটো আপুনি অসংখ্য প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীনত হব পাৰে। আত্মবিশ্বাসী হৈ থকাটো আপোনাৰ বাবে ভাল, কিন্তু অহংকাৰী হ’লে বেয়া হ’ব। ব্যয় অধিক হ’লেও ধৰ্মীয় বা সামাজিক কাৰণত খৰচ কৰাৰ পৰা দূৰত নাথাকিব। স্বাস্থ্যক লৈ সজাগ থাকক।

তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন। চিন্তাধাৰাবোৰ ভাল হʼব। জীৱনত ভাল পদোন্নতি হʼব পাৰে। প্ৰশংসা লাভ।

বৃশ্চিক ৰাশি : দিনটো ভাল। প্ৰতিভা দেখুৱাব। প্ৰেমৰ সম্পর্ক ভাল হʼব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব।

ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব। কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱন ভাল। কৰ্ম জীৱনত ভাল বন্ধু লাভ।

মকৰ ৰাশি : এই সপ্তাহত আইনী দলিলত খৰচ বৃদ্ধি হʼব পাৰে। চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব। টকা-পইচা অনিশ্চিত হʼব পাৰে। খৰচ বৃদ্ধি হʼব পাৰে। কৰ্ম-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল।

কুম্ভ ৰাশি : গ্ৰহৰ অৱস্থান অনুকূল। আজি আত্মবিশ্বাসী আৰু সুদৃঢ় মানসিকতা লৈ থাকিব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ। সুস্বাদু আহাৰ খাব পাৰে। দাম্পত্য সুখৰ যোগ।

মীন ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব। পুৰণি কৰ্মত সফল হʼব। পুৰণি বিবাদবোৰ অন্ত কৰিবলৈ চেষ্টা কৰক।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025