• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 14, 2025
32 °c
Guwahati
31 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাজ্যসভাৰ দুই প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    যদি আপুনিও মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ! প্ৰতিমাহে আপুনি লাভ কৰিব ১০০০ৰ পৰা ১৫০০ টকা পৰ্যন্ত…

    একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ ধন? হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ

    ৰাজা কাণ্ড সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে প্ৰকাশ কৰিলে কেতবোৰ চাঞ্চল্যকৰ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাৱালপিণ্ডিয়েই হওক বা কৰাচীয়েই হওক, যিকোনো ঠাইতে হ’ব পাৰে আক্ৰমণ! পাকিস্তানৰ প্ৰধান শত্ৰুৱে নিৰ্মাণ কৰিলে বিশেষ ড্ৰ’ন

      Nation NE by Nation NE
      June 13, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ৰাৱালপিণ্ডিয়েই হওক বা কৰাচীয়েই হওক, যিকোনো ঠাইতে হ’ব পাৰে আক্ৰমণ! পাকিস্তানৰ প্ৰধান শত্ৰুৱে নিৰ্মাণ কৰিলে বিশেষ ড্ৰ’ন
      Share on FacebookShare on TwitterWhatsApp

      পাকিস্তানৰ শত্ৰু ৰাষ্ট্ৰই সৃষ্টি কৰিছে আত্মঘাতী ড্ৰ’ন সেনা। এই ড্ৰ’ন বায়ুসেনা সৃষ্টি কৰাৰ লগতে ইয়াত কিছুমান হেলিকপ্টাৰো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত পাকিস্তানৰ উত্তেজনা বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে।

      এই ড্ৰ’ন আৰ্মীয়ে কৰাচী, ৰাৱালপিণ্ডি বা ইছলামবাগেই হওক যিকোনো ঠাইতে আক্ৰমণ কৰিব পাৰিব। এই কাম কৰিছে আফগানিস্তান দখল কৰা তালিবানে। তালিবানৰ বাবে পাকিস্তানে সন্মুখীন হ’ব পাৰে ডাঙৰ সমস্যাৰ।

      এক বাতৰি অনুসৰি আফগানিস্তানে নিজৰ নতুন বায়ুসেনাও গঠন কৰিছে। তালিবানে ড্ৰ’ন বায়ুসেনা গঠনৰ কথা ঘোষণা কৰিছে। বৰ্তমান ই ড্ৰ’ন বায়ুসেনাৰ পৰীক্ষা কৰি আছে আৰু ইয়াৰ বাবে পূৰ্বৰ ব্ৰিটিছ এছ এ এছ ঘাটি ব্যৱহাৰ কৰি আছে। তালিবানৰ এই মাৰাত্মক ড্ৰ’ন বাহিনীয়ে যিকোনো শত্ৰু দেশক ক্ষন্তেকতে ধ্বংস কৰিব পাৰে। বৰ্তমান ইয়াৰ পৰীক্ষা চলি আছে।

      প্ৰতিবেদন অনুসৰি, তালিবানে বৃহৎ পৰিসৰত ড্ৰ’ন নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াৰ বাবে অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ নিযুক্তি দিব। ইয়াৰ ভিতৰত ওছামা বিন লাডেনৰ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা এজন অভিযন্তাও আছে। ড্ৰ’ন নিৰ্মাণৰ বাবে তালিবানে বৃহৎ পৰিসৰৰ নিযুক্তি আৰম্ভ কৰিব। পশ্চিমীয়া দেশসমূহৰ নিৰাপত্তা সংস্থাসমূহৰ বাবেও এয়া সতৰ্কবাণীৰ ঘণ্টাৰ দৰে।

      ড্ৰ’ন আৰু মিছাইলৰ জৰিয়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈছিল। এই দুয়োখন দেশে সেনাৰ প্ৰত্যক্ষ ভূমিকা হ্ৰাস কৰাৰ চেষ্টা কৰিছিল। শেহতীয়াকৈ ইউক্ৰেইনে ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ৰাছিয়াৰ বহু বিমান ঘাটি ধ্বংস কৰিছে। এতিয়া যুদ্ধত প্ৰযুক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়তো ড্ৰ’নৰ ব্যাপক ব্যৱহাৰ হৈছিল।

      Tags: AfghanistanDronePakistan

      Related Posts

      কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা; মোদী চৰকাৰে দিলে অনুমতি
      Top News

      কাইলৈৰ পৰা বিদেশ ভ্ৰমণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব এই ৩ খন দেশ

      June 14, 2025
      আহমেদাবাদত কেনেকৈ হৈছিল বিমান দুৰ্ঘটনা? তদন্তৰ বাবে তিনি মাহৰ সময়সীমা চৰকাৰৰ

      অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ
      Top News

      অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ

      June 14, 2025
      ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী
      Top News

      ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

      June 14, 2025
      দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা, ঠাই বিশেষে জানক ক’ভিড ৰোগীৰ সংখ্যা…
      Top News

      দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা, ঠাই বিশেষে জানক ক’ভিড ৰোগীৰ সংখ্যা…

      June 14, 2025
      পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….
      Top News

      পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

      June 14, 2025

      শীৰ্ষ সংবাদ

      কাইলৈৰ পৰা বিদেশ ভ্ৰমণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব এই ৩ খন দেশ

      আহমেদাবাদত কেনেকৈ হৈছিল বিমান দুৰ্ঘটনা? তদন্তৰ বাবে তিনি মাহৰ সময়সীমা চৰকাৰৰ

      অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ

      ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

      দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা, ঠাই বিশেষে জানক ক’ভিড ৰোগীৰ সংখ্যা…

      পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist