• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

সংৰক্ষণৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ; এই পৰ্যন্ত প্ৰাণ গ’ল ৩২ গৰাকী লোকৰ

Nation NE by Nation NE
July 19, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
সংৰক্ষণৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ; এই পৰ্যন্ত প্ৰাণ গ’ল ৩২ গৰাকী লোকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত সংৰক্ষণৰ বিৰুদ্ধে চলি থকা হিংসাত্মক প্ৰতিবাদত এইপৰ্যন্ত ৩২ গৰাকী লোকৰ মৃত্যু ঘটিছে। বৃহস্পতিবাৰে বৃহত সংখ্যক প্ৰতিবাদকাৰীয়ে ঢাকাস্থিত চৰকাৰী টিভিৰ মুখ্য কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে বহু গাড়ী ভাঙি লণ্ড-ভণ্ড কৰে।

উল্লেখ্য যে এদিন পূৰ্বে অৰ্থাত বুধবাৰে বাংলাদেশৰ চৰকাৰী টিভি বিটিবিয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাক্ষাতকাৰ গ্ৰহণ কৰিছিল। বাংলাদেশৰ প্ৰতিবাদকাৰীসকলে সংৰক্ষণৰ অন্ত পেলোৱাৰ দাবীত অটল।

এই হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনা চৰকাৰে দেশৰ সকলো বিদ্যালয়-বিশ্ববিদ্যালয় অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে। লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বাংলাদেশত প্ৰযোজ্য হৈ আছে সংৰক্ষণ। ইয়াৰ অধীনত স্বাধীনতা সংগ্ৰামীৰ সন্তানৰ বাবে ৩০ শতাংশ, দেশৰ পিছপৰা জিলাৰ যুৱক-যুৱতীসকলৰ বাবে ১০ শতাংশ, মহিলাৰ বাবে ১০ শতাংশ, সংখ্যালঘুৰ বাবে ৫ শতাংশ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে এক শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। এইদৰে বাংলাদেশত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৫৬ শতাংশ সংৰক্ষণ আছিল।

২০১৮ চনত বাংলাদেশৰ যুৱক-যুৱতীসকলে এই সংৰক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবামাহো ধৰি চলা প্ৰতিবাদৰ অন্তত বাংলাদেশ চৰকাৰে সংৰক্ষণৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছিল।

কিন্তু চলিত বৰ্ষৰ ৫ জুনত বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ দেশত পুৰণি ব্যৱস্থাৰে সংৰক্ষণ প্ৰযোজ্য কৰাৰ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰে আবেদন কৰে যদিও ন্যায়ালয়ে নিজৰ নিৰ্দেশ বাহাল ৰাখে।

ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ক্ষুব্ধ হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। বাংলাদেশৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়া হিংসালৈ পৰিণত হৈছে।

Tags: BangladeshDhakaProtestsSheikh HasinaViolence

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025