• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈৰ পৰা বিদেশ ভ্ৰমণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব এই ৩ খন দেশ

Nation NE by Nation NE
June 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা; মোদী চৰকাৰে দিলে অনুমতি
Share on FacebookShare on TwitterWhatsApp

পুনৰ এবাৰ বিদেশ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৫ দিনীয়া যাত্ৰাত তেওঁ তিনিখন দেশ ভ্ৰমণ কৰিব। এই যাত্ৰাত তেওঁ প্ৰথমখন দেশ ভ্ৰমণ কৰিব চাইপ্ৰাছ। ১৫-১৬ জুন অৰ্থাত দুদিনীয়া ভ্ৰমণসূচীৰে বিভিন্ন কাৰ্যসূচীত অংশ ল’ব মোদীয়ে।

ইয়াৰ পিছত তেওঁ কানাডা আৰু ১৮ জুনত ক্ৰোৱেচিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচী সামৰি তেওঁ ১৯ জুনত ভাৰতলৈ উভতিব।

প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলাইডছৰ আমন্ত্ৰণত ২ দিনৰ বাবে (১৫-১৬ জুন ২০২৫) যাব। উল্লেখ্য যে যোৱা ২ দশকৰ পিছত এইটোৱে প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰীৰ চাইপ্ৰাছ ভ্ৰমণ। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিকোছিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলাইডছৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু লিমাছোলত ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ বাৰ্তা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় কাৰ্যসূচী লৈ উপস্থিত হ’ব কানাডাত। ১৬-১৭ জুনত কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনৰ অংশ হিচাপে তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে ৬ বাৰ জি-৭ সন্মিলনৰ অংশ হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত জি-৭ দেশৰ আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে প্ৰযুক্তি, উদ্ভাৱন, শক্তি আৰু এআইৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনাত মিলিত হ’ব। এই সময়ত তেওঁ দ্বিপাক্ষিক বৈঠকতো অংশ ল’ব।

ইয়াৰ পিছত তেওঁ ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী অপ্লেনকোভিচৰ আমন্ত্ৰণত তেওঁ যাব। ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ এইটোৱে হ’ব প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতিকো জোৰাণ মিলানোভিচকো সাক্ষাৎ কৰিব।

Tags: CanadaForeign TourG7 SummitNarendra Modi

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025