• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 4, 2026
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

SITৰ তদন্তত প্ৰকাশ পালে Dark Secret, জানক কি হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে…

Nation NE by Nation NE
June 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
Share on FacebookShare on TwitterWhatsApp

প্ৰতিদিনে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত নতুনকৈ প্ৰকাশ পাইছে। ১৭ জুনত শ্বিলং আৰক্ষীৰ এছ আই টি দলে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাৰ ক্ৰম বুজিবলৈ অপৰাধস্থলী পুনৰ নিৰ্মাণ কৰে।

সদৰ থানাৰ পৰা প্ৰায় ১০:৩০ বজাত সোণম আৰু তিনিওজন মূল অভিযুক্ত বিশাল, আনন্দ আৰু আকাশক লৈ আৰক্ষীৰ দলটোৱে নিশা ১২:১৫ বজাত মৌলাখিয়াট গাঁৱত উপস্থিত হয়, য’ৰ পৰা ডাবল ডেকাৰ দলংলৈ যোৱা পথটো আৰম্ভ হয়।

সোনম, ৰাজা ৰঘুবংশী আৰু অভিযুক্ত তিনিজনে ২২ মে’ত এই পথেৰে ডাবল ডেকাৰ দলংলৈ গৈছিল।সোনম আৰু ৰাজা এটা হোমষ্টেত থকাৰ বিপৰীতে বাকী তিনিজন কিছু দূৰৈত আন এটা হোমষ্টেত আছিল। ২৩ মে’ত সকলোৱে চেক আউট কৰি মাউলাখিয়াট পাৰ্কিং পালেগৈ। ইয়াৰ পিছত ৱেই ছাউডং জলপ্ৰপাতৰ ওচৰৰ এটা ভিউ পইণ্টত ৰাজাক হত্যা কৰা হয়।

আৰক্ষীক বিষয়াই অভিযুক্তই জনোৱা অনুসৰি, পূৰ্বে দুবাৰকৈ হত্যাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁলোক সফল নহয়। তৃতীয়বাৰত হত্যাকাণ্ড সংঘটিত হৈছিল যেতিয়া ৰাজা ভিউ পইণ্টৰ ওচৰত থিয় হৈ আছিল।

আৰক্ষীৰ তথ্য অনুসৰি, বিশালে প্ৰথম আক্ৰমণ চলাইছিল, যিটো আছিল আটাইতকৈ দ্ৰুত। আনন্দই দ্বিতীয়টো আক্ৰমণ আৰু আকাশে তৃতীয়টো আক্ৰমণ কৰে। জেৰাৰ সময়ত আৰক্ষীয়ে দুখন অস্ত্ৰ (দাৱ) ব্যৱহাৰৰ তথ্য লাভ কৰে। ইয়াৰে এখন উদ্ধাৰ কৰা হৈছে, আনহাতে আনখনৰ তালাচী বৰ্তমানেও চলি আছে।

কোৱা হৈছে যে, হত্যাকাণ্ডৰ সময়ত সোনম ৰাজাৰ সন্মুখত থিয় হৈ আছিল আৰু সোনমেই আক্ৰমণ কৰাৰ সংকেত দিছিল। ৰাজাৰ মৃত্যুৰ পিছত ৩জন অভিযুক্তই তেওঁৰ মৃতদেহটো তুলি লৈ এটা খাৱৈত পেলাই দিয়ে। ২ জুনত উদ্ধাৰ হোৱা আকাশৰ চাৰ্টত তেজৰ দাগ পোৱা গৈছিল। আকাশে কয় যে তেওঁ খাৱৈত পেলাই দিছিল।

হত্যাকাণ্ডৰ পিছত সোনমে ৰাজাৰ মোবাইল ভাঙি পিছত বিশালেও ভাঙি পেলায়। আৰক্ষীৰ মতে, সোনমৰ মোবাইল এতিয়াও উদ্ধাৰ হোৱা নাই। পলায়নৰ সময়ত সোনমে আত্মগোপন কৰি থকা ইন্দোৰৰ ফ্লেটটোতো আৰক্ষীৰ দলটোৱে তালাচী চলাইছে। বৰ্তমান সেই ফ্লেটটো খালী অৱস্থাত পোৱা গৈছে।

জেৰাৰ সময়ত সোনমে স্বীকাৰ কৰে যে তেওঁ হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল। প্ৰেমৰ বাহিৰে বৰ্তমানলৈকে আৰক্ষীয়ে আন কোনো কাৰণ বিচাৰি পোৱা নাই যদিও এতিয়াও তদন্ত অব্যাহত আছে।

Tags: rajaSITsonam

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 4, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

April 3, 2026
বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা,  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’
Top News

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

April 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 3, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025