• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী; ২৫টা স্থানত তালাচী অভিযান

      Nation NE by Nation NE
      June 25, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী; ২৫টা স্থানত তালাচী অভিযান
      Share on FacebookShare on TwitterWhatsApp

      পঞ্জাৱ ভিজিলেন্স ব্যুৰোৱে বুধবাৰে শিৰোমণি আকালি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিক্ৰম সিং মাজিঠিয়াক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে পঞ্জাৱ ভিজিলেন্সে বিক্ৰম সিঙৰ প্ৰায় ২৫টা স্থানত অভিযান চলাইছিল। ইয়াৰ পিছতে অমৃতসৰৰ ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

      এই সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পত্নী তথা আকালি দলৰ বিধায়ক গনিভ কৌৰ মাজিঠিয়াই দাবী কৰে যে ভিজিলেন্সৰ ৩০ জনীয়া এটা দল তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল।

      ইফালে গ্ৰেপ্তাৰৰ সময়ৰ ভিডিঅ’ শ্বেয়াৰ কৰি মাজিঠিয়াই ছ’চিয়েল মিডিয়া ছাইট ইনষ্টাগ্ৰামত লিখিছে, ‘মই গুৰু চাহিবৰ পুত্ৰ। মই পঞ্জাৱৰ বিষয়সমূহ উত্থাপন কৰিছো আৰু ভৱিষ্যতেও উত্থাপন কৰি যাম।’

      উল্লেখ্য যে, মাজিঠিয়াৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে (এছ আই টি) ২০২১ চনৰ পৰাই ড্ৰাগছ সম্বন্ধীয় গোচৰৰ তদন্ত কৰি আছে। এই গোচৰ সম্বন্ধত আকালি দলৰ নেতাগৰাকীক কেইবাবাৰো সোধা পোচা তথা তলৱ কৰা হৈছিল।

      ইফালে চলিত বছৰৰ মাৰ্চ মাহত বিশেষ তদন্তকাৰী দলে দাবী কৰিছিল যে তেওঁলোকে মাজিঠিয়া আৰু তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে সন্দেহজনক বিত্তীয় লেনদেনৰ তথ্য লাভ কৰিছে।

      এই সমগ্ৰ ঘটনাৰ পিছতে আজি ভিজিলেন্সে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ আকালি দলৰ নেতা-কৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।

      Tags: Bikram Singh MajithiaPunjab PolicePunjab Vigilance BureauShiromani Akali Dal

      Related Posts

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      July 8, 2025
      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      July 8, 2025
      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025

      শীৰ্ষ সংবাদ

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist