• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা; তথ্য প্ৰকাশ GMCHৰ

Nation NE by Nation NE
June 27, 2025
in Top News, BIG BREAKING, অসম
0 0
জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সংক্ৰমণ, ২৪ ঘন্টাত ২ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা। এই ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত সমগ্ৰ ৰাজ্যতে স্বাস্থ্য কৰ্তৃপক্ষই জৰুৰী সতৰ্কতা অৱলম্বন কৰিছে।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিব পৰা অনুসৰি, আজিৰ দিনটোলৈকে ৩২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছে।

এই ৰোগৰ ফলত এতিয়ালৈকে ৪ জন লোকৰ মৃত্যু হোৱা বুলিও তথ্যত প্ৰকাশ পাইছে। মৃতসকলৰ ভিতৰত আছে তিনিটা শিশু আৰু এজন ৮১ বছৰীয়া বৃদ্ধ।

৩২ গৰাকী আক্ৰান্তৰ ভিতৰত সৰ্বাধিক ১২জন লোক কামৰূপ জিলাৰ, ৮ জন নলবাৰীৰ, ৫ জন দৰঙৰ, বজালীৰ দুজন আৰু মৰিগাঁও, ধুবুৰী, নগাঁও জিলাৰ এজন এজন। জি এম চি এইচত ভৰ্তি হৈ থকা আন এগৰাকী আক্ৰান্ত লোক মেঘালয়ৰ বুলিও জানিব দিয়ে জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ৰোগীকেইজন ক্ৰমে বজালী, বাইহাটা চাৰিআলী, নলবাৰী আৰু নগাঁৱৰ।

জি এম চি এইচৰ বিষয়াই জানিব দিয়া অনুসৰি ৰাজ্যত বিগত এপ্ৰিল মাহৰ পৰাই বৃদ্ধি পাইছে এই সংক্ৰমণ। অৱশ্যে জুন মাহতহে মৃত্যু হৈছে চাৰিওজন ৰোগীৰ।

গাহৰি আৰু ধাননি পথাৰ থকা অঞ্চলৰ পৰা এই ৰোগৰ সংক্ৰমণ হোৱা বুলিও জানিবলৈ দিছে জি এম চি এইচ কৰ্তৃপক্ষই।

এই ৰোগৰ লক্ষণ

ৰোগীৰ দেহত প্ৰথম অৱস্থাত প্ৰচণ্ড জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষৰ লক্ষণ দেখা দিয়ে। এনেবোৰ লক্ষণ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

প্ৰথম অৱস্থাত চিকিৎসা গ্ৰহণ কৰিলে সোনকালে সুস্থ হয়। অৱশ্যে পলমকৈ চিকিসকৰ কাষ চাপিলে কিছু অসুবিধাৰ সৃষ্টি হয়।

এই সন্দৰ্ভত সকলোকে সজাগ হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই।

Tags: #AssamGMCHJapanese EncephalitisJE

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025