• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 2, 2025
29 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

      নাৰায়ণ মূর্তিৰ ‘৭০ ঘণ্টা’ৰ পৰামৰ্শ উপেক্ষা কৰি এই নিৰ্দেশ তেওঁৰেই সংস্থাৰ

      Nation NE by Nation NE
      July 1, 2025
      in Top News, অসম, ৰাষ্ট্ৰীয়
      0 0
      ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’
      Share on FacebookShare on TwitterWhatsApp

      ‘সপ্তাহত ৭০ ঘণ্টা কৰ্তব্য সম্পাদন কৰিবই লাগিব দেশৰ তৰুণ সমাজে।’ দেশত কর্মসংস্কৃতি ঘূৰাই অনাৰ স্বাৰ্থতেই এই পৰামৰ্শ দিছিল ইনফ’চিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিয়ে। এতিয়া সেই নাৰায়ণ মূৰ্তিৰ পৰামৰ্শকেই অগ্ৰাহ্য কৰিছে ইনফ’চিছে।

      ইনফ’চিছৰ মতে, এতিয়াৰে পৰা সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাৰ্যালয়ত কাম কৰাৰ প্ৰয়োজন নাই।

      সৰ্বভাৰতীয় এক সংবাদপত্ৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, নিৰ্ধাৰিত সময়তকৈ যিসকল কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাৰ্যালয়ত অতিবাহিত কৰে বা কাম কৰে, তেওঁলোককলৈ ইনফ’চিছৰ হিউমেন ৰিচ’ৰ্ছ দপ্তৰৰ পৰা একোটিকৈ মেইল পঠোৱা হৈছে। এই মেইলত কৰ্মচাৰীসকলৰ ‘কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য’ বজাই ৰখাত গুৰুত্ব আৰোপ কৰা হৈছে।

      মেইলত আৰু কোৱা হৈছে- ‘কৰ্মচাৰীসকলে সপ্তাহত ৫ দিন কাৰ্যালয়ত কাম কৰিব। দৈনিক ৯ ঘণ্টা ১৫ মিনিটকৈ সপ্তাহত মুঠ ৪৬ ঘণ্টা ১৫ মিনিটৰ বেছি সময় কোনোৱে কাম কৰা উচিত নহয়।’

      কেৱল কাৰ্যালয়তে নহয়, যদি কোনো কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাৰ্য সম্পাদন কৰিছে তেন্তে তেওঁলোকৰ ক্ষেত্ৰতো এই নীতি প্ৰযোজ্য। কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ বিষয়টো উল্লেখ কৰি মেইলত কোৱা হৈছে– ‘আপোনালোকৰ প্ৰতিশ্ৰুতিৰ বাবে আমি কৃতজ্ঞ। তথাপি আমি এইটোও বিশ্বাস কৰোঁ যে, আপোনাৰ সুস্থতা আৰু দীৰ্ঘম্যাদী কৰ্মজীৱনৰ সাফল্যৰ স্বাৰ্থত কৰ্মজীৱনৰ সৈতে ব্যক্তিগত জীৱনৰ ভাৰসাম্য বজাই ৰখাটো অতিকে গুৰুত্বপূৰ্ণ।’

      উল্লেখ্য যে, পূৰ্বে এটি পডকাষ্টত নাৰায়ণ মূৰ্তিয়ে দাবী কৰি কৈছিল যে ভাৰতৰ কৰ্ম সংস্কৃতিত এক বৃহৎ পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে। সপ্তাহত ৭০ ঘণ্টা কাম কৰাৰ দৰকাৰ তৰুণ কৰ্মচাৰী সকলে।

      নাৰায়ণ মূৰ্তিৰ নিজৰ ভাষাত- ‘ভাৰতৰ কৰ্ম-উৎপাদনশীলতা বিশ্বৰ ভিতৰতে নিম্ন। মোৰ দৃষ্টিত তৰুণ সকলে অৱশ্যেই এইটো কোৱা উচিত, এয়া আমাৰ দেশ। আমি ৭০ ঘণ্টা কাম কৰিবলৈ আগ্ৰহী।’

      নাৰায়ণ মূৰ্তিৰ এই বক্তব্যৰ পিছতেই সৃষ্টি হয় তুমুল বিতৰ্কৰ। তৎস্বত্তেও তেওঁ নিজৰ এই মত এৰা নাছিল আৰু পৰৱৰ্তী সময়তো এই মত প্ৰতিষ্ঠাৰ সপক্ষেই বক্তব্য দিয়া দেখা গৈছিল।

      কিন্তু এতিয়া সেই নাৰায়ণ মূৰ্তিৰ পৰামৰ্শৰ বিপৰীত স্থিতিত নিজৰেই সংস্থা ইনফ’চিছ। দেশজুৰি এতিয়া চৰ্চাত ইনফ’চিছৰ এই নতুন সিদ্ধান্ত।

      Tags: EmployeesInfosysNarayana MurthyNo Overtime

      Related Posts

      তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; তিনিজনৰ মৃত্যু, কেইবাজনো আহত
      Top News

      July 2, 2025
      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়

      July 2, 2025
      নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি
      Top News

      নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

      July 2, 2025
      তুৰস্কৰ ১২০ জন বিৰোধী নেতাক আটক, ১৫৭ জনৰ বিৰুদ্ধে ৱাৰেণ্ট

      পেহেলগাম আক্ৰমণকাৰীয়ে পাব উচিত শাস্তি! কোৱাডৰ পৰা পাকিস্তানলৈ বাৰ্তা…
      Top News

      পেহেলগাম আক্ৰমণকাৰীয়ে পাব উচিত শাস্তি! কোৱাডৰ পৰা পাকিস্তানলৈ বাৰ্তা…

      July 2, 2025
      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
      Top News

      ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

      July 2, 2025

      শীৰ্ষ সংবাদ

      তীৰ্থযাত্ৰীৰে ভৰা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; তিনিজনৰ মৃত্যু, কেইবাজনো আহত

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়

      নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

      তুৰস্কৰ ১২০ জন বিৰোধী নেতাক আটক, ১৫৭ জনৰ বিৰুদ্ধে ৱাৰেণ্ট

      দেশ কঁপোৱা কলিকতা কাণ্ডৰ নতুন তথ্য, ভুক্তভোগীক ইনহেলাৰ যোগান…

      পেহেলগাম আক্ৰমণকাৰীয়ে পাব উচিত শাস্তি! কোৱাডৰ পৰা পাকিস্তানলৈ বাৰ্তা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist