• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 4, 2025
28 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      July 4, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। সন্ধিয়া সৰু যাত্রা হʼব। সন্ধিয়ালৈ মনৰ আশা পূৰণ হ’ব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।

      বৃষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব। নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ কথা প্ৰকাশ নকৰিব। প্ৰেমৰ সম্পর্ক ভাল।

      মিথুন ৰাশি : ইন্দ্ৰিয় সুখ, পৰিতৃপ্তি আৰু সুখভোগৰ যোগ আছে। আজি আপোনাৰ বিভিন্ন ধৰণৰ লোকৰ সৈতে সাক্ষাৎ হ’ব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সুখদায়ক ভ্ৰমণত যাব পাৰে। আপোনাৰ শাৰীৰিক সুস্থতা, সামাজিক সন্মান আৰু খ্যাতি বহুদূৰলৈ বিয়পিব।

      কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু উত্তম। কিছুমান সুখৰ মুহূৰ্ত সৃষ্টি হ’ব। আজি যি কামেই কৰিব, তাতেই আপুনি খ্যাতি পাব। আজি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থকাৰ সম্ভাৱনা আছে। বান্ধৱীসকলৰ সৈতে হোৱা সাক্ষাতে আপোনাক আনন্দ দিব।

      সিংহ ৰাশি: আপুনি নিজৰ প্ৰতিভা, শিল্পী গুণাগুণ আজি ব্যৱহাৰ কৰিব। আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হ’ব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব। আপোনাৰ কর্মত দূৰ যাত্রা হ’ব পাৰে। এই যাত্রাৰে কৰ্ম-ব্যৱসায়ত সফলতা লাভ।

      কন্যা ৰাশি: দিনটো কঠিন হোৱাৰ সম্ভাৱনা। মানসিক আৰু শাৰীৰিক হতাশাত ভূগিব পাৰে। পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে। মাতৃৰ ৰোগ-পীড়া হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব।

      তুলা ৰাশি: আপোনাৰ নিজৰ ব্যৱসায়-কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। পৰিয়ালৰ লগত সম্পর্কৰ প্ৰভাৱ পৰিব পাৰে। কার্য-কর্ম বন্ধ কৰি পৰিয়ালৰ লগত আৰাম কৰক।

      বৃশ্চিক ৰাশি: নিবিচৰাকৈয়ে ওচৰ-চুবুৰীয়াৰ পৰা পৰামর্শ পাব, কিন্তু ভাল পৰামর্শই হ’ব। আজি বিয়া আৰু সংযোগত সফলতা লাভৰ সম্ভাৱনা। প্ৰেমৰ সম্পর্ক ভাল। বিবাহিতৰ বাবে দিনটো শুভ। আজি মন ৰোমাঞ্চকৰ হৈ পৰিব। নতুন ব্যৱসায় বিচাৰ হʼব পাৰে। প্ৰেমৰ সম্পর্কত ভাল।

      ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ পৰিকল্পনা অনুসৰি গৈ থাকিব, নিশ্চিত থাকক। আৰ্থিক লাভ নিশ্চিত। আজি গোটেই দিনটো আপুনি সতেজ আৰু প্ৰাণৱন্ত অনুভৱ কৰিব। সৰু-সুৰা সুখকৰ ভ্ৰমণৰ যোগ। সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰবল যোগ।

      মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব। তাৰ বাবে কিছু খৰচো কৰিবলগা হ’ব। আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন। দুৰ্ঘটনা আৰু অস্ত্ৰোপচাৰৰ পৰা আঁতৰত থাকক।

      কুম্ভ ৰাশি: এইটো এটা সফল দিন। ব্যৱসায়ত বহু উন্নতি হ’ব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ আৰু নতুন বন্ধু লাভৰ সম্ভাৱনা। নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময়। বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজি উত্তম দিন।

      মীন ৰাশি: আপোনাৰ কৰ্ম জীৱনত অশান্তি হ’ব পাৰে। নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব। প্ৰেমৰ সম্পর্কত শুভ। বিয়া আৰু সংযোগত সফলতা লাভ। স্বাস্থ্য খুবেই ভাল।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
      Top News

      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট

      July 4, 2025
      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
      Top News

      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      July 4, 2025
      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা
      BIG BREAKING

      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

      July 4, 2025
      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক
      Top News

      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

      July 4, 2025
      ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
      Top News

      ‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

      July 4, 2025
      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি
      Top News

      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি

      July 4, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP