• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 26, 2026
24 °c
Guwahati
25 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

Nation NE by Nation NE
July 13, 2025
in Top News, উত্তৰ পূৱ, ক্ৰীড়া
0 0
অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বৃহত্তম ফুটবল লীগ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ পৰৱৰ্তী ছিজন অনিশ্চিতকালীন সময়ৰ বাবে স্থগিত ৰাখিছে। ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডে (এফ এছ ডি এল) শুকুৰবাৰে সকলো ক্লাবলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা জনাই দিছে।

এফ এছ ডি এলৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ সৈতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে স্বাক্ষৰ কৰা মাষ্টাৰ্ছ এগ্ৰীমেণ্ট অহা ৮ ডিচেম্বৰত সমাপ্ত হ’ব।

নতুন চুক্তি সম্পাদন সন্দৰ্ভত ফুটবল ফেডাৰেশ্যনৰ সৈতে আলোচনা আৰম্ভ হ’লেও এই সন্দৰ্ভত এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

যিহেতু ডিচেম্বৰৰ পাছত ফুটবল ফেডাৰেশ্যনৰ সৈতে চুক্তি নাথাকিব, সেইবাবে ২০২৫-২৬ ছীজনত আই এছ এলৰ প্ৰকল্পনা, আয়োজন অথবা বাণিজ্যিকৰণৰ ক্ষেত্ৰত এফ এছ ডি এল অপাৰগ। এনে স্থিতিত ছীজনটো আগুৱাই নিয়াৰ স্থিতিত নাই এফ এছ ডি এল।

উল্লেখ্য যে নতুন চুক্তি সন্দৰ্ভত কোনো স্পষ্ট ব্যাখ্যা নোপোৱা পৰ্যন্ত টুৰ্ণামেণ্টখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০১০ চনত ১৫ বছৰৰ বাবে এফ এছ ডি এলৰ সৈতে চুক্তি হৈছিল সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে। এই চুক্তি অনুসৰি ফুটবল ফেডাৰেশ্যনে প্ৰতি বছৰে লাভ কৰে ৫০ কোটি টকা।

লাভ কৰা তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি নোপোৱা পৰ্যন্ত ফুটবল ফেডাৰেশ্যন আৰু এফ এছ ডি এলৰ মাজত মাষ্টাৰ্ছ ৰাইটছ এগ্ৰীমেণ্ট হোৱাৰ কোনো সম্ভাৱনা নাই।

ভাৰতত ফুটবলৰ উত্তৰণৰ বাবে ২০২৪ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল আই এছ এল। এই প্ৰতিযোগিতাখনৰ জৰিয়তে এতিয়ালৈকে বহু খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই অনুৰাগীৰ হৃদয় জিনাৰ লগতে আৰ্থিকভাৱেও যথেষ্ট লাভাম্বিত হৈছিল।

Tags: Indian FootballIndian Super LeagueISL

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি
Top News

March 26, 2026
ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 26, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 26, 2026
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 26, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

March 25, 2026

শীৰ্ষ সংবাদ

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025