• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 15, 2025
28 °c
Guwahati
30 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়ত কঁপিছে পাকিস্তান! ভাৰতলৈ আমেৰিকাই বিশেষ ইঞ্জিন প্ৰদান…

      Nation NE by Nation NE
      July 15, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      আমেৰিকাৰ পৰা ভাৰতে লাভ কৰিছে এক সু-খবৰ। জেট ইঞ্জিন নিৰ্মাতা কোম্পানী জি’ইয়ে ভাৰতক গতাই দিলে দ্বিতীয় ইঞ্জিন জিই-৪। এই ইঞ্জিন লঘু যুদ্ধ বিমানত ব্যৱহাৰ কৰা হ’ব। ইয়াক এলচিএ (লাইট কম্বেট এয়াৰক্ৰাফ্ট) তেজাছ মাৰ্ক-১এ ত স্থাপন কৰিব পাৰি।

      গুৰুত্বপূৰ্ণ কথাটো হ’ল হিন্দুস্তান এৰ’নটিক্স লিমিটেডে এই বিত্তীয় বৰ্ষত মুঠ ১২টা এনে ইঞ্জিন পোৱাৰ সম্ভাৱনা আছে।

      এক প্ৰতিবেদন অনুসৰি, ভাৰতে লাভ কৰিছে দ্বিতীয়টো জিই-৪০৪ ইঞ্জিন। ভাৰতীয় বায়ুসেনাই ৮৩খন এলচিএ মাৰ্ক-১এ যুদ্ধ বিমানৰ অৰ্ডাৰ দিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদনৰ পিছত আৰু ৯৭ খন এনে বিমান ক্ৰয়ৰ প্ৰস্তাৱো চূড়ান্ত পৰ্যায়ত আছে। ইয়াৰ ফলত ভাৰতীয় বায়ুসেনাৰ শক্তি আৰু অধিক বৃদ্ধি পাব। এয়া চুবুৰীয়া দেশ পাকিস্তানৰ বাবে উত্তেজনা বৃদ্ধিৰ খবৰ হৈ উঠিব পাৰে।

      প্ৰতিৰক্ষা সচিব ৰাজেশ সিঙে কয় যে, ভাৰতৰ তেজছ মাৰ্ক-১এ যুদ্ধ বিমানৰ বাবে জিই (জেনেৰেল ইলেক্ট্ৰিক) এফ৪০৪-আইএন২০ ইঞ্জিনৰ যোগান পুনৰ আৰম্ভ হৈছে। জিইয়ে ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰতিমাহে দুটা ইঞ্জিন প্ৰেৰণ কৰিব পাৰিব।ভাৰত জেনেৰেল ইলেক্ট্ৰিকৰ সৈতে ৭৬১ মিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াৰ অধীনত যুদ্ধ বিমানৰ ইঞ্জিন ক্ৰয় কৰিব লাগিব।

      ভাৰতীয় বায়ুসেনাৰ বহুতো যুদ্ধ বিমান আছে, যিবোৰ যিকোনো ধৰণৰ আক্ৰমণৰ বাবে ডিজাইন কৰা হৈছে। প্ৰতিখন বিমানৰ ক্ষমতা বেলেগ বেলেগ। এই তালিকাত আছে চুখয় ছু-৩০ এমকেআই, ৰাফেল, তেজাছ, মিগ-২৯, মিৰাজ ২০০০, জাগুয়াৰ আৰু মিগ-২১।

      Tags: AmericaIndiaPakistan

      Related Posts

      সেনাক অপমান কৰা গোচৰত আত্মসমৰ্পণ ৰাহুল গান্ধীৰ; আদালতত এঘণ্টা কটোৱাৰ পিছত পালে জামিন
      Top News

      সেনাক অপমান কৰা গোচৰত আত্মসমৰ্পণ ৰাহুল গান্ধীৰ; আদালতত এঘণ্টা কটোৱাৰ পিছত পালে জামিন

      July 15, 2025
      ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা
      Top News

      ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

      July 15, 2025
      উত্তৰাখণ্ডত দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন; ৮ জনৰ কৰুণ মৃত্যু

      অলিম্পিকত ক্ৰিকেট খেলৰ তাৰিখ ঘোষণা; জানি লওক কেতিয়া হ’ব স্বৰ্ণ পদকৰ যুঁজ
      BIG BREAKING

      মুখত এমোকোৰা হাঁহি লৈ ১৮ দিনৰ অন্তত পৃথিৱীলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

      একক ভ্ৰমণলৈ যোৱাৰ পূৰ্বে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা…
      Top News

      একক ভ্ৰমণলৈ যোৱাৰ পূৰ্বে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা…

      July 15, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist