• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 17, 2025
29 °c
Guwahati
30 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ

      Nation NE by Nation NE
      July 16, 2025
      in Top News, ক্ৰীড়া
      0 0
      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা শীৰ্ষ ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীয়ে বুধবাৰে ভাৰতীয় ফুটবলৰ বৰ্তমানৰ অনিশ্চয়তাৰ অৱস্থা অতি চিন্তনীয় আৰু শীৰ্ষ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ ফলত ক্ৰীড়া জগত চিন্তিত, দুঃখিত আৰু বেদনাদায়ক বুলি মন্তব্য কৰিছে।

      আগশাৰীৰ লীগখনত বেংগালুৰু এফ চিৰ হৈ খেলা ছেত্ৰীয়ে কয় যে প্ৰতিযোগিতাখনৰ ভৱিষ্যতক লৈ আশংকা প্ৰকাশ কৰি বহু লোকে তেওঁলৈ অজস্ৰ ফোন আৰু মেছেজ কৰিছে।

      ৪০ বছৰীয়া খেলুৱৈগৰাকীয়ে এক্সত লিখিছে, ‘প্ৰথমে মোৰ এইটো চিন্তা আহিছিল যে মোৰ খেলিবলৈ বাকী থকা সময়খিনি মই কেনেকৈ কটাম। কিন্তু বিভিন্ন ক্লাবৰ খেলুৱৈৰ সৈতে কথা পতাৰ পিছত মই বুজিলোঁ যে মোৰ সমস্যাটো ইমান গুৰুত্বপূৰ্ণ নহয়।’

      ছেত্ৰীয়ে কয়, ‘ভাৰতীয় ফুটবলৰ বৰ্তমানৰ পৰিস্থিতি অতি চিন্তনীয়। কেৱল মোৰ ক্লাবৰ পৰাই নহয়, আন ক্লাবৰ হৈ খেলা খেলুৱৈ, কৰ্মচাৰী, ফিজিঅ’ৰ লগতে আন বহুতৰ পৰাই মই বিভিন্ন বাৰ্তা লাভ কৰিছো।’

      তেওঁ কয়, ‘ভাৰতীয় ফুটবল পৰিৱেশ তন্ত্ৰত বৰ্তমান প্ৰচলিত অনিশ্চয়তাৰ বাবে সকলোৱে চিন্তিত, দুঃখিত আৰু ভয় খাইছে।’

      উল্লেখ্য যে, ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেড (এফ এছ ডি এল) আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে স্বাক্ষৰ কৰা মাষ্টাৰ্ছ এগ্ৰীমেণ্ট অহা ৮ ডিচেম্বৰত সমাপ্ত হ’ব। যিহেতু ডিচেম্বৰৰ পাছত ফুটবল ফেডাৰেশ্যনৰ সৈতে চুক্তি নাথাকিব, সেইবাবে ২০২৫-২৬ ছীজনত আই এছ এলৰ প্ৰকল্পনা, আয়োজন অথবা বাণিজ্যিকৰণৰ ক্ষেত্ৰত এফ এছ ডি এল অপাৰগ। এনে স্থিতিত ছীজনটো আগুৱাই নিয়াৰ স্থিতিত নাই এফ এছ ডি এল।

      Tags: Indian FootballISLSunil Chhetri

      Related Posts

      পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া
      BIG BREAKING

      পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

      July 17, 2025
      বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন
      Top News

      বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন

      July 17, 2025
      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!
      Top News

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      July 17, 2025
      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য
      Top News

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      July 17, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      July 17, 2025
      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ
      Top News

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      July 17, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist